• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ছুমি চহৰত আবদ্ধ অসমৰ ৫৭ গৰাকী শিক্ষাৰ্থী

উদ্ধাৰৰ আহ্বানেৰে কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ মন্ত্ৰী জয়শংকৰলৈ পত্ৰ সাংসদ অজিত কুমাৰ ভূঞাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 4, 2022 7:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই এতিয়া বিপদাপন্ন কৰি তুলিছে ইউক্ৰেইনলৈ অধ্যয়ন তথা কৰ্ম সংস্থাপন লাভৰ উদ্দেশ্যে যোৱা বহু ভাৰতীয় লোকৰ জীৱন।

ভাৰত চৰকাৰে ‘অপাৰেছন গংগা’ৰ জৰিয়তে যুদ্ধ বিধ্বস্ত দেশ খনৰ পৰা বহু ভাৰতীয় লোকক ভাৰতলৈ ওভতাই আনিছে যদিও এতিয়াও অসমৰ বহু ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনত আবদ্ধ হৈ আছে।

Apply Now

ইউক্ৰেইনৰ উত্তৰ-পূব অংশত অৱস্থিত ছুমি চহৰত এতিয়াও আবদ্ধ হৈ আছে অসমৰ ৫৭ গৰাকী ছাত্ৰ-ছাত্ৰী।

অসমৰ এইসকল ছাত্ৰ-ছাত্ৰীক নিজৰ দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা এতিয়াও বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

বিষয়টোত সেয়ে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। ইউক্ৰেইনৰ ছুমি চহৰত আবদ্ধ হৈ থকা অসমৰ ৫৭ গৰাকী শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ কৰিবলৈ আহ্বান জনাই সাংসদ ভূঞাই কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰলৈ এখন পত্ৰ লিখিছে।

পত্ৰ খনত সাংসদ ভূঞাই এইবুলি উল্লেখ কৰিছে যে ছুমি চহৰত গুলী-বাৰুদৰ মাজতে অসমৰ ৫৭ গৰাকী শিক্ষাৰ্থীয়ে অনিশ্চিত জীৱন কটাই আছে। ৫৭ গৰাকী শিক্ষাৰ্থীৰ মাজৰে ৪৭ গৰাকীয়ে ছুমি নেছনেল ইউনিভাৰ্চিটিত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে।

 

বাকীসকলে দেশ খনৰ আন স্থানত অধ্যয়ন কৰি আছে বুলি পত্ৰ খনত সাংসদগৰাকীয়ে উল্লেখ কৰিছে। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে দেশলৈ উভতি অহাৰ উদ্দেশে বৈদেশিক দপ্তৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি নিজৰ নাম আদি পঞ্জীয়ন কৰিছে যদিও তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি সাংসদ ভূঞাই উল্লেখ কৰিছে।

সাংসদগৰাকীয়ে ছুমি চহৰত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীসকলৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰি কৈছে যে সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে খাদ্য আৰু পানীৰ অভাৱত ভুগিছে।

সাংসদ ভূঞাই যথাসম্ভৱ শীঘ্ৰে ছুমি চহৰত আবদ্ধ হৈ পৰা অসমৰ ৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীক দেশলৈ ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈদেশিক দপ্তৰৰ মন্ত্ৰী জয়শংকৰক আহ্বান জনাইছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd