• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূত আছে বুলি বিশ্বাস কৰা ভাৰতৰ ছটা ৰেল ষ্টেচন!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2020 2:08 pm
6 haunted railway stations in India

সৌজন্য-- Railyatri.in

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ছটা এনেকুৱা ৰেল ষ্টেচন আছে য’ত ভূত থকা বুলি জনবিশ্বাস আছে।

ভূতৰ ভয়ক অবৈজ্ঞানিক বুলি ক’লেও মানুহে সেই ষ্টেচনকেইটাত ভূত থকা বুলি বিশ্বাস কৰি আহিছে।

Apply Now

এম জি ৰ’ড মেট্ৰ’ ষ্টেচন, গুৰুগ্ৰাম—

এম জি ৰ’ড মেট্ৰ’ ষ্টেচনটোৰ এক অংশত মানুহে অদ্ভূত চালচলনৰ শব্দ শুনে। বহুতেই বোলে সেই অভিজ্ঞতা লাভ কৰিছে।

লুধিয়ানা ৰেল ষ্টেচন–

লুধিয়ানা ৰেল ষ্টেচনত থকা এটা কাউণ্টাৰত বোলে সুভাষ নামৰ এজন লোকৰ বহি থকা অৱস্থাতে মৃত্যু হৈছিল। তেতিয়াৰে পৰা সেই কাউণ্টাৰটোত অদ্ভূত চালচলনৰ শব্দ হৈ থাকে।

নাইনি ৰেল ষ্টেচন, উত্তৰ প্ৰদেশ–

নাইনি ষ্টেচনত স্বাধীনতা আন্দোলনৰ সময়ত বহুলোকে প্ৰাণ হেৰুৱাইছিল। তাৰ ফলতে বহু লোকে তাত বোলে বিভিন্ন ধৰণৰ চিঞৰ শুনি থাকে।

চিতুৰ ৰেল ষ্টেচন—

অন্ধ্ৰ প্ৰদেশৰ চিতুৰত এজন চি আৰ পি এফ জোৱানৰ মৃত্যু হৈছিল। বহুলোকে বিশ্বাস কৰে যে এতিয়াও তাত চি আৰ পি এফ জোৱানজনৰ আত্মা ঘূৰি ফুৰে।

বাৰ’গ ৰেল ষ্টেচন—

হিমাচল প্ৰদেশৰ এই ষ্টেচনটো নিৰ্মাণ কৰা ব্ৰিটিছ বিষয়া বাৰ’গৰ তাতে মৃত্যু হৈছিল। বহুতে বিশ্বাস কৰে যে ষ্টেচনটোৰ ৩৩নং সুৰংগত এতিয়াও তেওঁৰ আত্মা বাস কৰে।

বেগুনকদৰ ৰেল ষ্টেচন, পশ্চিম বংগ–

ভূতৰ বাবে বহু বছৰ ধৰি পশ্চিম বংগৰ এই ষ্টেচনটো বন্ধ হৈ আছিল। এই ষ্টেচনটোত বোলে বহুবাৰ মহিলা এগৰাকীৰ ছাঁ দেখা গৈছিল।

২০০৯ চনত ষ্টেচনটো পুনৰ মুকলি কৰা হয় যদিও স্থানীয় লোকসকলে ষ্টেচনটো এতিয়াও এৰাই চলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd