• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বিটিচিৰ ৬ মনোনীত সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , December 29, 2020 4:59 pm

1 min read

a kok
166
VIEWS
Share on FacebookShare on Twitter

আজি কোকৰাঝাৰত বিটিচিৰ সচিবালয় প্ৰেক্ষাগৃহত বিটিচিৰ মনোনীত সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান  অনুষ্ঠিত হয়।

ছয় মনোনীত সদস্যক শপতগ্ৰহণ কৰোৱায় বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই  ।

আজি শপতগ্ৰহণ কৰা ছয় মনোনীত সদস্যসকল হ’ল ক্ৰমান্বয়ে গোৰ্খা সম্প্ৰদায়ৰ পৰা মাধৱ চন্দ্ৰ ছেত্ৰী , শৰণীয়া কছাৰীৰ পৰা চম্পাৱতী ডেকা , চাওতাল সম্প্ৰদায়ৰ পৰা উইলছন হাসদা , কেওঁটৰ পৰা প্ৰদীপ কুমাৰ বায়ন , ৰাভাৰ পৰা হেমন্ত কুমাৰ ৰাভা আৰু সাধাৰণ শ্ৰেণীৰ পৰা অৰ্পনা মেধী ।

অনুষ্ঠানত উপস্থিত থাকে মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ লগতে আন কাৰ্যবাহী সদস্যসকল ।

ভাষণত প্ৰমোদ বড়োই কয় যে সদস্যসকলৰ শপতগ্ৰহণৰ লগে লগে  আজিৰে পৰা পূৰ্ণাঙ্গ হ’ল বিটিচি বিধান পৰিষদ ।

তেওঁ বিটিচিৰ উন্নয়নৰ স্বাৰ্থত সকলোকে এটা টীম হৈ কাম কৰাৰ আহ্বান জনায়। ।

তেওঁ লগতে কয় যে বিটিচিৰ ৪০ টা বিভাগ এতিয়া ৪০ জনে চোৱা চিতা কৰিব পাৰিব ।

ভাষণত বড়োৱে এই বুলিও আশ্বাস দিয়ে যে বিটিচিত কাৰ্যবাহী সদস্যৰ পদ বঢ়োৱা হব ।

হাগ্ৰামাৰ চৰকাৰক সমালোচনা কৰি প্ৰমোদ বড়োৱে কয় যে পূৰ্বৰ চৰকাৰে বহু দুৰ্নীতি সংঘটিত কৰিছিল।এতিয়া বিটিচিত সেই পৰিৱেশ সৃষ্টি হ’বলৈ দিয়া নহ’ব বুলি তেওঁ দৃঢ়তাৰে কয়।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd