• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৪ বছৰীয়া সতীয়া কন্যাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ধুবুৰীৰ এগৰাকী ৬০ বছৰীয়া লোক

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
November 3, 2020 8:55 pm
Dhubri-rapist-1-750x375
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সতীয়া কন্যাক ধৰ্ষণ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ধুবুৰীৰ এগৰাকী ৬০ বছৰীয়া লোক।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধুবুৰী চাইল্ড ৱেলফেয়াৰ কমিটি(CWC)ৰ অধ্যক্ষা চাবিনা বেগম আৰু চাইল্ডলাইনৰ সমন্বয়ক চাহিনুৰ ইছলামসহ এটা দলে আৰক্ষীৰ সহযোগত সোমবাৰে পুৱা ভাগত ভুক্তভোগী কিশোৰী গৰাকীক উদ্ধাৰ কৰিছে।

Apply Now

বিশেষ উৎসৰ পৰা পোৱা খবৰ সূত্ৰে যৌথ অভিযানকাৰী দলটোৱে ভুক্তভোগী কিশোৰী গৰাকী উদ্ধাৰ কৰে।

অভিযোগৰ মতে সতীয়া পিতৃগৰাকীয়ে কিশোৰী গৰাকীক শৰীৰিক সম্পৰ্ক স্থাপনত সন্মত নহ’লে তাইৰ মাতৃৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ ভাবুকি দি আহিছিল।

আনহাতে কবিৰাজী কৌশল ব্যৱহাৰ কৰিও সতীয়া পিতৃগৰাকীয়ে কিশোৰী গৰাকীক যোৱা বছৰত অসংখ্যবাৰ ধৰ্ষণ কৰাৰ বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

“প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ পিছত ভুক্তভোগী কিশোৰী গৰাকীক শিশু আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে।” চাইল্ডলাইনৰ সমন্বয়ক চাহিনুৰ ইছলামে সংবাদ মাধ্যমৰ আগত কয়।    .

“ধুবুৰী আৰক্ষীয়ে এটা গোচৰ(কেচ নং.১৫৯৭/২০২০) পঞ্জীয়ন কৰি অভিযুক্ত লোকজনক ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ আৰু ৩৭৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত ধুবুৰী জিলা ফিছাৰী উন্নয়ন কাৰ্যালয়ৰ অৱসৰ ল’বলগীয়া এগৰাকী কৰ্মচাৰী।” এগৰাকী আৰক্ষী বিষয়াই কয়।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd