• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামিলনাডুৰ মন্দিৰ আৰু ব্যক্তিৰ জিম্মাত অসম-অৰুণাচলৰ ৬৩টা হাতী; কাৰ হাতত অনুজ্ঞাপত্ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2021 10:59 am
WhatsApp Image 2021-09-25 at 10.02.25 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু অৰুণাচলৰ মুঠ ৬৩টা হাতী বৰ্তমান তামিলনাডুৰ মন্দিৰ তথা ব্যক্তিগত লোকৰ জিম্মাত আছে।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ত বনবিভাগে দাখিল কৰা এক শপতনামা অনুসৰি, মুঠ ১২৭টা হাতী তামিলনাডুত আছে আৰু ইয়াৰে ৩১টা মন্দিৰসমূহত ৰখা হৈছে, ৩২টা ব্যক্তিগত লোকৰ তাত আছে আৰু ৬৪টা বিভাগৰ বিশেষ শিৱিৰত আছে।

Apply Now

বিভাগে আদালতক কৈছিল যে তামিলনাডুৰ বিভিন্ন মন্দিৰত প্ৰতিপালিত হৈ থকা বহু হাতীৰ অনুজ্ঞাপত্ৰ অসম আৰু কেৰেলাত বসবাস কৰা ব্যক্তিৰ নামত আছে।

বন বিভাগৰ বিষয়াই জানিবলৈ দিছিল যে মাদুৰাইৰ তিৰুপ্পাৰনকুন্দ্ৰম সুব্ৰমনিয়া স্বামী মন্দিৰত থকা প্ৰেৰণা নামৰ ১৫ বছৰীয়া মাইকী হাতীটোৰ অনুজ্ঞাপত্ৰ লীলা বৰা নামৰ ব্যক্তিৰ নামত আছে।

একেদৰে, মাদুৰাইৰ কাল্লাজাহগৰ মন্দিৰত ৰখা জোন ওৰফে সুন্দৰাৱল্লী নামৰ ১৪ বছৰীয়া মাইকী হাতীটোৰ অনুজ্ঞাপত্ৰ অসমৰ প্ৰদীপ দলেৰ নামত থকাৰ উপৰি তিৰুচিৰ তিৰুভনাইকাভালৰ জাম্বুকেশৱাৰাৰ অকিলেন্দেশ্বৰী মন্দিৰত থকা মনি ওৰফে একিলা নামৰ ১৮বছৰীয়া হাতীটোৰ অনুজ্ঞাপত্ৰ আছে চন্দ্ৰকান্ত হাজৰিকাৰ নামত।

বন বিভাগৰ মতে ভিৰুধুনগৰপ শ্ৰীভিল্লীপুত্তৰ অন্দল মন্দিৰত জয়মালা ওৰফে জয়ামালয়থা নামৰ ১৮ বছৰীয়া মাইকী হাতীটোৰ অনুজ্ঞাপ্তৰ অসমৰ গিৰিন মৰানৰ নামত থকাৰ লগতে তিৰুকাদায়ুৰ অমৃথাদাদেশ্বৰাৰ স্বামী দেৱস্থানমত থকা ভাগ্যৱতী ওৰফে অবিৰামি নামৰ ১৪ বছৰীয়া মাইকী হাতীটোৰ অনুজ্ঞাপত্ৰ আছে তুলেশ্বৰ মৰানৰ নামত।

চৰকাৰী অধিবক্তা চি হৰ্ষ ৰাজে আদালতক জনাইছিল যে  চলিত মাহৰ প্ৰথম ভাগত আদালতে দিয়া নিৰ্দেশ অনুসৰি বিভাগে ৰাজ্যখনৰ জিম্মাত থকা প্ৰতিটো ব্যক্তিগত হাতীৰে বংশাৱলীকে ধৰি সকলো ব্যক্তিগত বিশদ তথ্য সূচীবদ্ধ কৰিবলৈ আৰম্ভ কৰিছে আৰু প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি বিশদ দাখিল কৰিবলৈ বিভাগক আৰু এমাহ সময় লাগিব।

ইপিনে, নতুন দিল্লীস্থিত পশু সুৰক্ষা সংগঠন এলছা ফাউণ্ডেছনৰ সহ প্ৰতিষ্ঠাপক প্ৰকাশ ছাছাই কয় যে ৰাজ্যৰ বন বিভাগে ২০১৯চনৰ জানুৱাৰীত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ত দাখিল কৰা ইয়াৰ প্ৰতিবেদনত দাবী কৰিছিল যে মন্দিৰসমূহত আৰু ব্যক্তিগত লোকৰ জিম্মাত ৮৬টা হাতী আছে।

আনহাতে, এতিয়া মন্দিৰসমূহত তথা ব্যক্তিগত লোকৰ জিম্মাত মাত্ৰ ৬৩হাতীহে থকা বুলি কোৱা হৈছে।

তেওঁ কয় যে বন বিভাগে ২০১৯চনৰ পৰা এক বৃহৎ সংখ্যক ২৩ টা হাতী কেনেকৈ নোহোৱা হ’ল সেই সংখ্যাৰ খেলিমেলিৰ ব্যাখ্যা দিবই লাগিব।

তেওঁৰ ভাষ্য লিপিবদ্ধ কৰাৰ পাছত ন্যায়াধীশে বিগত পাঁচ বছৰত ৰাজ্যখনত  হাতীৰ সংখ্যা আৰু হাতীৰ সৈতে সম্পৰ্কিত আন সামগ্ৰী সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰ্যালয়ক দিয়া তথ্যসমূহ অহা ২১ অক্টোবৰৰ ভিতৰত দাখিল কৰিবলৈ বন বিভাগত নিৰ্দেশ দিছে।

মন্দিৰসমূহৰ জিম্মাত থকা হাতীসমূহক ভালকৈ চোৱাচিতা কৰা সম্পৰ্কত গুৰুত্ব আৰোপ কৰা কৰ্মী ৰংগৰাজন নৰসিংহনে দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ওপৰত এই অন্তৱৰ্তী নিৰ্দেশ দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd