• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিহাৰ সুৰা ট্ৰেজেডী: এতিয়ালৈকে নিহত হৈছে ৬৫ জন, অবৈধ সুৰাই প্ৰাণ লোৱা লোকক ক্ষতিপূৰণ নিদিয়ে নীতিশ চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 3:13 pm
Bihar Liquor Tragedy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰা নিষিদ্ধ বিহাৰত অবৈধ বিষাক্ত সুৰাই পাতিছে মৰণ ফান্দ। ৰাজ্যখনৰ চৰণ জিলাৰ চাপৰাত বিষাক্ত সুৰা সেৱনৰ ফলত এতিয়ালৈকে মৃত্যু হৈছে ৬৫ গৰাকী লোকৰ। ২০১৬ চনত নীতিশ কুমাৰৰ চৰকাৰে সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা সুৰাই সৃষ্টি কৰা মৃত্যুলীলাৰ ক্ষেত্ৰত এয়াই সৰ্বাধিক হিচাপে পৰিগণিত হৈছে।

সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো এই নিষেধাজ্ঞা কাৰ্যকৰী কৰাত শিথিলতাৰ অভিযোগত বিধানসভাৰ লগতে ৰাজ্যজুৰি বিৰোধী বিজেপিৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছে জেডিইউ-আৰজেডি চৰকাৰ।

Apply Now

ইফালে আজি বিধানসভাত নীতিশ কুমাৰে নিজৰ স্থিতিৰ পুনৰাবৃত্তি কৰি অবৈধ মদ খাই মৃত্যু হোৱা লোকক কোনোধৰণৰ ক্ষতিপূৰণ প্ৰদান কৰা নহ’ব বুলি দোহাৰে। তেওঁ লগতে নিষেধাজ্ঞা আৰোপৰ পিছত পূৰ্বতকৈ বিহাৰত বিষাক্ত সুৰা পান কৰা লোকৰ সংখ্যা কম বুলি দাবী কৰে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লগতে সংবাদ মাধ্যমে এনে ক্ষেত্ৰত পক্ষপাতিত্বমূলক সংবাদ পৰিৱেশন কৰাৰো গুৰুতৰ অভিযোগ তুলিছে। বিজেপি শাসিত ৰাজ্য মধ্য প্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ উদাহৰণ দি এই ৰাজ্যসমূহৰ বাতৰি সংবাদ মাধ্যমে পৰিৱেশন নকৰে বুলি অভিযোগ কৰে।

তেওঁ কয়, “এনে ঘটনাৰ ক্ষেত্ৰত মধ্য প্ৰদেশ শীৰ্ষত। এনে ঘটনা ক’ত হোৱা নাই; হাৰিয়ানা, উত্তৰ প্ৰদেশতো এনে ঘটনা ঘটিছে। এনে ঘটনা যেতিয়া আন ঠাইত ঘটে, আপোনালোকে কিয় প্ৰকাশ নকৰে।” “কোনো লোকে বিষাক্ত সুৰা পান কৰাৰ সময়ত আমি এনে সুৰা খালে মৃত্যুমুখত পৰিব বুলি সকীয়াই দিছো।”— কুমাৰে লগতে কয়।

উল্লেখ্য যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কালিও সুৰা পানৰ ফলত নিহত হোৱা লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰিছিল। লগতে তেওঁ ৰাজ্যত সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা আছে যেতিয়া ৰাজ্যৰ বাসিন্দাসকল অধিক সজাগ হ’ব লাগে বুলি মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd