• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাচিকত বিদ্যালয় খোলাৰ পূৰ্বে ৬৫ গৰাকী শিক্ষক কোভিড প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 5, 2021 6:23 pm

1 min read

নাচিকত বিদ্যালয় খোলাৰ পূৰ্বে ৬৫ গৰাকী শিক্ষক কোভিড প’জিটিভ
127
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ নাচিকত বিদ্যালয় খোলাৰ পূৰ্বে ৬৫ গৰাকী শিক্ষক আৰু ১০ গৰাকী অন্যান্য কৰ্মচাৰী কোভিড প’জিটিভ হোৱাৰ বাতৰি লাভ কৰা গৈছে।

নাচিকৰ স্বাস্থ্য বিভাগে বিদ্যালয় সমূহ পুনৰ খোলাৰ পূৰ্বে ৭০৬৩ গৰাকী শিক্ষক আৰু ২৫০০ গৰাকী অন্যান্য কৰ্মচাৰীৰ আৰটি-পিচিআৰ পৰীক্ষা সম্পন্ন কৰে।

নাচিকত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে।

কোভিড-১৯ মহামাৰীৰ বাবে বিগত ৯ মাহৰ অধিক সময় নাচিকত বিদ্যালয় সমূহ বন্ধ হৈ আছিল।

নাচিকত মুঠ ১৩২৪ খন বিদ্যালয় আছে আৰু ইয়াৰে ভিতৰত ৮৪৬ খন বিদ্যালয়ত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান পুনৰ আৰম্ভ হৈছে।

সোমবাৰৰ দিনটোত মুঠ ১,২১,৫৭৯ গৰাকী ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত হৈছে। বহু সংখ্যক অভিভাৱকে কোভিডৰ সংক্ৰমণৰ ভয়ত নিজৰ সন্তানক বিদ্যালয়লৈ এতিয়াও শংকামুক্ত হৈ পঠিয়াবলৈ ইচ্ছা প্ৰকাশ কৰা নায়।

কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি নাচিকত প্ৰতিদিনে ৫০-৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আহিব।

আনহাতে, বিদ্যালয় সমূহত উষ্ণতা জোখাৰ লগতে, চেনিটাইজেশ্যনকে আদি কৰি কোভিড প্ৰট’কল সমূহ কঠোৰভাৱে পালন কৰা হৈছে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd