• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৬০০ৰো অধিক উগ্ৰপন্থী সদস্যই এৰিলে অস্ত্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 23, 2020 2:33 pm
arms-1-750x375

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীৰ জি এম চি এইচ্চৰ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ কেইবাটাও উগ্ৰপন্থী সংগঠনৰ ৬০০ ৰো অধিক সদস্যই আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে।

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰী সোণাৱালে কয়, ‘২০১৬ ত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে বিজেপিক শাসনলৈ আনিছিল তেতিয়া লক্ষ্য স্থিৰ কৰিছিলোঁ যে সন্ত্ৰাসবাদ মুক্ত, দুৰ্নীতি মুক্ত, প্ৰদূষণ মুক্ত আৰু বিদেশী মুক্ত ৰাজ্য হিচাপে গঢ় দিম। সেই মতে আমি দায়িত্ব পালন কৰিলো’।

Apply Now

সমাজ নিৰ্মাণৰ স্বাৰ্থত মূল সুঁতিলৈ ঘৰি অহা উগ্ৰপন্থী সদস্যসকলক ধন্যবাদ জনাই তেওঁ কয়, ‘আপোনালোকে এটা ডাঙৰ কাম কৰিছে। শান্তিপ্ৰিয় জনতাক আপোনালোকে উদ্বুদ্ধ কৰিছে। সংস্কৃতি, ক্ৰিড়া, উদ্যোগ নীতি, এই গোটেই কাম কৰিবলৈ শান্তিৰ প্ৰয়োজন। আমি সকলোৱে মিলি এই কাম কৰিব লাগিব’।

‘মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ বহু আগুৱাই গ’ল। এয়া তেওঁৰ কষ্ট, সাধনাৰ বাবে সম্ভৱ হৈছে। আত্ম সমৰ্পনকাৰী সকলৰ জীৱন গঢ় দিয়াৰ নিমিত্তে সকলো ধৰণৰ সুবিধা আগবঢ়োৱা হ’ব, সকলোধৰণৰ সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব লাগিব। আমি কৰ্ম সংস্কৃতিক প্ৰাধান্য দিব লাগিব, সমাজ এখনক আগুৱাই নিবলৈ হ’লে কৰ্ম সংস্কৃতি নিত্যান্তই প্ৰয়োজন। কৰ্মই দায়িত্ব, কৰ্মই ভগৱান’। এই মন্তব্য সোণোৱালৰ।

তদুপৰি মুখ্য মন্ত্ৰীয়ে যিসকলে এতিয়াও অস্ত্ৰ ত্যাগ কৰা নাই সেইসকলক মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাইছে।

এই অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথে কয় নিজৰ ভাষণত কয়, ‘AK47, HK, MQ কে ধৰি হাতে সজা বন্দুক গুলীৰ লগতে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ জমা দিছে। বোমা, বাৰুদ জমা দিছে কিন্তু সুৰক্ষা জনিত কাৰণত আজি প্ৰদৰ্শন কৰিব পৰা নগ’ল’।

আনহাতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অশান্তিৰ বাতাবৰণ বাদ দি শান্তি প্ৰক্ৰিয়ালৈ ঘূৰি অহা প্ৰত্যেকগৰাকী সদস্যকে ধন্যবাদ জনোৱাৰ লগতে অসম নিৰ্মাণত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি জিষ্ণু বৰুৱাই কয়, ‘এওঁলোকে এতিয়াৰে পৰা দায়িত্বশীল নাগৰিক। কোনো যাতে অপৰাধ জনিত কামত লিপ্ত নহয়, অনথ্যা আইনৰ ব্যৱস্থা লোৱা হ’ব। অপৰাধ কৰি গ্ৰেপ্তাৰ হ’লে তেওঁলোকে পুনৰ সংস্থাপনৰ সুযোগ হেৰুৱাব বা যি সমূহ সুবিধা লাভ কৰি আছিল তাৰ পৰা বঞ্চিত হ’ব’।

আজি আত্মসমৰ্পণ কৰা উগ্ৰপন্থী সদস্য কেইজনৰ ভিতৰত আলফাৰ ৫০ জন, এন ডি এফ বিৰ ৮ জন, এন এল এফ বিৰ ৩০১ জন, কে এল ওৰ ৬ জন, এন এছ এল এৰ ৮৭ জন, চি পি আই (এম)ৰ এজন আৰু এ ডি এফৰ ১৭৮ জন।

আজিৰ এই কাৰ্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি মুখ্য সচিব সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বিধায়ক ঋতুপৰ্ণ বৰুৱাকে ধৰি আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd