• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হস্তী দিৱসৰ কাৰ্য্যসূচীৰে কাজিৰঙাত ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ

উত্তম শইকীয়া by উত্তম শইকীয়া
October 1, 2020 4:39 pm
66th Wildlife Week begins at Kaziranga National Park
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন বন সংমণ্ডলৰ লগতে আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰা হয়৷

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত কভিড১৯ৰ প্ৰট’কলেৰে আয়োজিত হস্তী দিৱসেৰে বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰা হয়৷

Apply Now

বন্যপ্ৰাণী সপ্তাহৰ আজিৰ প্ৰথম দিনাৰ হস্তী দিৱসৰ কাৰ্যসুচী গনেশ পুজাৰে আৰম্ভ কৰা হয়৷

মিহিমুখত থকা বিভাগীয় হাতী আৰু মাউটসকলে অনুষ্ঠানত অংশগ্ৰহন কৰে৷

অনুষ্ঠানতে হাতী মাউট হিচাবে কাম কৰি অৱসৰ গ্ৰহন কৰা ৯ গৰাকী মাউটক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা হস্তী দিৱসৰ দিনা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷

এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, উপ বন সংৰক্ষক প্ৰদীপ কুমাৰ বাৰ্মা, পৰ্যটন বিভাগৰ উপ সঞ্চালক বাথৌ খুংৰু বড়ো, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া আৰু জীপ চাফাৰী সন্থাৰ প্ৰতিনিধিও উপস্থিত থাকে৷

উল্লেখ্য যে বন্যপ্ৰাণী সপ্তাহৰ এই কাৰ্যসুচীৰ দ্বিতীয় দিনা প্ৰকৃতি সংগঠন কৰবেট ফাউণ্ডেচনৰ সহযোগত কাজিৰঙাত ভ্ৰাম্যমান এক বিশেষ সজাগতা অভিযান চলোৱাৰ হব৷

তৃতীয় দিনা অগৰাতলি আৰু চতুৰ্থ দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বিশেষ অনুষ্ঠান আয়োজন কৰাৰ বিপৰীতে পঞ্চম দিনা কাজিৰঙাৰ বিশ্বনাথ বন সংমণ্ডলৰ উপৰিও ষষ্ঠ দিনা নগাওঁ বনসংমণ্ডলৰ অনুষ্ঠানৰ পাচত সপ্তম দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ তৰফৰ পৰা চ’চিয়েল মেডিয়াত এক পোনপতীয়া সম্প্ৰচাৰেৰে কাজিৰঙাত ৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰনী মৰা হ’ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd