• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পি এল এৰে সম্পৰ্কঃ ৭টা চীনা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ভাৰতে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 19, 2020 9:16 am

2 min read

china company
6.6k
VIEWS
Share on FacebookShare on Twitter

লাডাখ সংকটৰ পিছতে চীনৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে ভাৰত। ইতিমধ্যে ভাৰতে চীনৰ ৫৯ টাকৈ এপ নিষিদ্ধ কৰাৰ পিছত এইবাৰ ভাৰতত ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা ৭ টাকৈ চীনৰ কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে চৰকাৰ।

ভাৰতে নজৰত ৰখা এই সাতটা কোম্পানীৰ ভিতৰত হুৱেই,আলিবাবা,ঝিনজিং কেথে ইন্টাৰনেছনেল,চাইনা ইলেক্ট্ৰিকেল টেকন’ল’জি গ্ৰুপ,টেনচেন্ট,এছ এ আই চি মটৰ কৰ্পৰেছন আদি অন্যতম।

চৰকাৰে অভিযোগ কৰা অনুসৰি এই কোম্পানী কেইটাই চীনৰ সেনা বাহিনী পি এল এৰ সৈতে পোনপটীয়া অথবা পৰোক্ষ ভাৱে সম্পৰ্ক ৰক্ষা কৰি আহিছে।

চীনৰ টেলিকম কোম্পানী হুৱেইৰ প্ৰতিষ্ঠাপক ৰেং জেংফেই এটা সময়ত পি এল এৰ উপ-সঞ্চালক আছিল।

ভাৰতত ২০১৮-১৯ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ব্যৱসায় কৰিছে প্ৰায় ১২,৮০০ কোটি টকাৰ।

শেহতীয়াকৈ ৫জি সংযোগক লৈ আমেৰিকা, জাপান, ব্ৰিটেইন,অষ্ট্ৰেলিয়া আদি দেশৰ সৈতে হুবেই কোম্পানীৰ সংঘাত হৈছে।

ফলত বহু কেইখন দেশে কোম্পানীটো নিষিদ্ধ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

আলিবাবা আৰু বাইডু কোম্পানী দুটা চীনৰ কৃত্ৰিম চোৰাংচোৱা প্ৰকল্পৰ সৈতে জৰিত হৈ আছে।

চীনৰ আলিবাবা কোম্পানীয়ে ভাৰতত জমেট’,পেটিএম, স্নেপডিল আদি পৰিচালনা কৰি আহিছে।

একেদৰে টেনচেন্টে ফ্লিপকাৰ্টত বিনিয়োগ কৰিছে প্ৰায় ৭০০ নিযুত মাৰ্কিন ডলাৰ।

অ’লা কেবছতো কোম্পানীটোৱে বিনিয়োগ কৰিছে ৪০০ নিযুত ডলাৰ।

এনে কোম্পানী সমূহৰ জৰিয়তে ভাৰতৰ বহু গুৰুত্বপূৰ্ণ তথ্য চীনে লাভ কৰি থকাৰ অভিযোগতে কোম্পানী কেইটাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা ভাবিছে ভাৰত চৰকাৰে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd