• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বলীউডৰ চেলিব্ৰিটিৰ নামেৰে নামকৰণ কৰা ৭ টা খাদ্যৰ ৰেচিপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 5:50 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ চেলিব্ৰিটিসকলে নিজৰ নিজৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ লগে লগে তেওঁলোক অনুৰাগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ লগতে বহু অনুৰাগীয়ে তেওঁলোকক লৈ ফেচবুক, ইনষ্টাগ্ৰাম আদি চচিয়েল মিডিয়াত ফেন পেজ, গ্ৰুপ আদি গঠন কৰে। বহুতে নিজৰ শৰীৰত তেওঁলোকৰ ছবি, নাম আদি টাটু কৰি লয়।

আকৌ বহুতে বিভিন্ন বস্তুৰ নামকৰণ কৰে প্ৰিয় চেলিব্ৰেটিৰ নামেৰে। আনকি বলিউডৰ প্ৰিয় চেলিব্ৰেটিৰ নামেৰে নামকৰণ কৰে নিজৰ সন্তানৰ নামো।

Apply Now

তেনেদৰেই শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বলিউডৰ চেলিব্ৰেটিৰ নামেৰে নামকৰণ কৰা কেইবাবিধো খাদ্য সামগ্ৰী তথা ব্যঞ্জনৰ নাম।

এনেদৰে বলিউডৰ চেলিব্ৰেটিৰ নামেৰে খাদ্যৰ নাম ৰখা ৭ টা খাদ্যৰ নাম তলত উল্লেখ কৰা হ’ল –

১. ৰিছা চাধা –

বলিউডৰ এগৰাকী মহময়ী অভিনেত্ৰী হৈছে ৰিছা চাধা। ২০১৭ চনত ৰিছা চাধাৰ ছবি “ফুকৰে ৰিটাৰ্নছ’’–এ মুক্তি লাভ কৰাৰ পিছতেই মুম্বাইত নতুনকৈ মুকলি হোৱা লাউঞ্জ নামৰ এখন ৰেস্তোঁৰাই ৰিছাক লৈ নিজৰ এটা ককটেলৰ নাম ৰাখিলে – ভোলী ভালি পাঞ্জাৱন।

২. দীপিকা পাডুকণ –

ৰূপালী পৰ্দাৰ আবেদনময়ী অভিনেত্ৰী দীপিকা পাডুকণৰ নামতো আছে এবিধ বিশেষ ৰেচিপি। আমেৰিকাৰ টেক্সাছৰ এখন ৰেষ্টুৰেণ্টে দীপিকা পাডুকনৰ নামেৰে নামকৰণ কৰিছে দক্ষিণ ভাৰতীয় খাদ্য ডোছাৰ এখন থালি।

৩. প্ৰিয়ংকা চোপ্ৰা –

দেশী গাৰ্ল হিচাপে খ্যাত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা Exotic নামৰ গানটোৱে মুক্তি পোৱাৰ পিছতেই মিলিয়নছ অৱ মিলশ্বেকে নিজৰ এটা শ্বেকৰ নামৰ ৰাখিছে – প্ৰিয়ংকা চোপ্ৰা শ্বেক। এই শ্বেক বিধত কল, আলমণ্ড, ভেনিলা আইচক্ৰীম, কেৰামেল চচ, আৰু জিনচেং ড্ৰিংক আদি উপাদান আছে।

৪. সঞ্জয় দত্ত –

বলিউডৰ বাবা সঞ্জয় দত্তই এবাৰ মহম্মদ আলী ৰোডৰ এখন ৰেষ্টুৰেণ্টলৈ গৈ এবিধ বিশেষ চিকেন ৰেচিপি অৰ্ডাৰ কৰিছিল। সঞ্জয় দত্তই সেই ৰেস্তোঁৰাখনত সেই বিশেষ চিকেনৰ ব্যঞ্জনখন অৰ্ডাৰ কৰাৰ পিছতেই ৰেস্তোঁৰাখনে সেই ব্যঞ্জন বিধৰ নাম ‘সঞ্জু বাবা’ নামেৰে নামকৰণ কৰে।

৫. অক্ষয় কুমাৰ –

ওমানত ‘ৱান্স আপন এ টাইম ইন মুম্বাই দোবাৰা’ নামৰ ছবিখনৰ চিত্ৰগ্ৰহণ কৰাৰ সময়ত অক্ষয় কুমাৰে এখন ৰিজ’ৰ্টলৈ গৈছিল, যিখন ৰিজ’ৰ্টে পিছত তেওঁৰ নামেৰে এটা ককটেলৰ নামকৰণ কৰে।

৬. সোণম কাপুৰ –

বলিউডৰ আকৰ্ষণীয় অভিনেত্ৰী সোণম কাপুৰৰ জন্মদিনত মিঠাই বিশেষজ্ঞ দিব্যা ৰংলানীয়ে এটা বিশেষ ৰেচিপিৰে এটা কেক তৈয়াৰ কৰিছিল। সেই কেকটো খাই অভিভূত হৈ পৰিছিল অভিনেত্ৰীগৰাকী। আৰু তাৰপিছতেই সেই কেক বিধৰ ৰেচিপিটো – সোণমছ স্পেচিয়েল’ হিচাপে পৰিচিত হৈ পৰিল।

৭. ববি দেউল –

বলিউডৰ সিংহ হিচাপে পৰিচিত চানী দেউলৰ ভাতৃ ববি দেওলৰ নামেৰে এটা কেক আছে। এই কেকটো ববি দেউলৰ পৰিয়ালে বিভিন্ন উৎসৱ পাৰ্বনত ব্যৱহাৰ কৰাৰ বাবেই কেকটো ববি দেউলৰ নামেৰে জনাজাত হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd