• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূব চীনত চুৰিকাঘাত; সাতগৰাকী ব্যক্তিৰ মৃত্যু, সাতগৰাকী আঘাতপ্ৰাপ্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2020 5:16 pm

1 min read

উত্তৰ-পূব চীনত চুৰিকাঘাত; সাতগৰাকী ব্যক্তিৰ মৃত্যু, সাতগৰাকী আঘাতপ্ৰাপ্ত
210
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব চীনত সংঘটিত হোৱা চুৰিকাঘাতত অতিকমেও সাতগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ লগতে অন্য সাত গৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

উত্তৰ-পূব চীনৰ কাইয়ুনান চহৰত থকা চুনা এণ্ড বাথহাউচৰ বাহিৰত এই চুৰিকাঘাতৰ ঘটনা সংঘটিত হয়।

চুৰিকাঘাত সংঘটিত কৰা ব্যক্তিগৰাকী য়াং উপাধিৰ এগৰাকী ব্যক্তি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

য়াঙক আটক কৰা হৈছে যদিও কি কাৰণত তেওঁ এনেধৰণৰ কাৰ্য্য সংঘটিত কৰিলে সেই সম্বন্ধে বৰ্তমানলৈ জানিব পৰা হোৱা নায়।

চীনৰ আইন মতে আগ্নেয়া অস্ত্ৰৰ বিক্ৰী আৰু ব্যাৱহাৰ সাধাৰণ লোকৰ দ্বাৰা নিষিদ্ধ সেইবাবে চীনত এনেধৰণৰ ঘটনা চুৰিৰে সংঘটিত কৰা হয়।

বিগত সময়ছোৱাত সংঘটিত এনে ঘটনাৰ সৈতে দোষী সাব্যস্ত হোৱা ব্যক্তি সকল মানসিকভাৱে ভাৰসাম্যহীন হোৱাৰ তথ্য পোৱা গৈছে।

ইয়াৰ পূৰ্বে চীনৰ এখন বিদ্যালয়ৰ চিকিউৰিটি গাৰ্ডে সংঘটিত কৰা চুৰিকাঘাত কাণ্ডত অতিকমেও ৩৯ গৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd