• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপহীহাটত নকল নোট আৰু ড্ৰাগছৰ বেহাত জড়িত ৭জনক আটক; নকল নোট ছপোৱা যন্ত্ৰ জব্দ

NE NOW NEWS ভাৰ্গৱ হাজৰিকা
পুৰণি গুদাম , February 17, 2020 11:56 am

1 min read

ৰূপহীহাটত নকল নোট আৰু ড্ৰাগছৰ বেহাত জড়িত ৭জনক আটক; নকল নোট ছপোৱা যন্ত্ৰ জব্দ
3.3k
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ৰূপহীহাটত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই নকল নোটৰ বেহাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক দুজন পুঠিখাইতিৰ তাজামুল ইছলাম আৰু ছাইদৰীয়াৰ জাইবুৰ ইছলাম বুলি জানিব পৰা গৈছে।

দুয়ো দীৰ্ঘদিনৰ পৰা বৃহত্তৰ নগাঁও জিলাত সক্ৰিয় হৈ থকা নকল নোট সৰবৰাহকাৰী চক্ৰৰ সদস্য।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্ব চলা অভিযানটোত আৰক্ষীয়ে ইতিমধ্যে চক্ৰটোৱে ব্যৱহাৰ কৰা দুখনকৈ গাড়ীও জব্দ কৰে।

counterfeit notes
জাল নোটৰ ব্যৱসায়ত জড়িত তাজামুল ইছলাম আৰু জাইবুৰ ইছলাম।

আৰক্ষীৰ দলটোৱে শনিবাৰে বিয়লিও একে অঞ্চলৰ পৰা আন দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা নকল নোট তৈয়াৰ কৰা যন্ত্ৰ আৰু বৃহৎ পৰিমাণৰ নকল নোট জব্দ কৰিছিল।

ইফালে নিশা ৰূপহীহাটতে আৰক্ষীৰ জালত পৰে আন পাঁচজন ড্ৰাগছ সৰবৰাহকাৰী।

ধৃত লোককেইজন ক্ৰমে পুঠিখাইতিৰ ছামছুল হক, আনছাৰুল হক, তেলীয়াচাপৰিৰ মৃণাল ইফটিকাৰ আহমেদ, জুৱেল আহমেদ আৰু জীয়াবুৰ ৰহমান।

আৰক্ষীয়ে তেওঁলোকৰ পৰা বহুকেইটা ড্ৰাগছভৰ্তি চিচিসহ নগদ ধন জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ।

বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি এই অসাধু চক্ৰটোৱে ড্ৰাগছৰ অবাধ বেহা চলাই আহিছিল বুলি তথ্য আছিল আৰক্ষী হাতত।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd