• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন ৰণনীতিৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যুঁজলৈ ৭০টা সংগঠন

মাইনী মহন্ত, উদয়াদিত্য ভৰালী, নেকিবুৰ জামান, অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, হাইদৰ হুছেইনকে ধৰি প্ৰায় ২০গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বুধবাৰে বৈঠকত মিলিত হয় সংগঠনকেইটা।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 28, 2018 11:11 pm
protest against Citizenship Bill

৭০টা সংগঠনৰ প্ৰতিবাদৰ দৃশ্য। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নতুন ৰণনীতি”ৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যুঁজলৈ প্ৰস্তুত হৈছে ৭০টা সংগঠন। গুৱাহাটীত বুধবাৰে একাংশ বুদ্ধিজীৱীৰ পৰামৰ্শ গ্ৰহণৰ পিছতে এক বৈঠকত এই বিষয়ে সংগঠনকেইটাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“বুদ্ধিজীৱীসকলৰ সৈতে বৈঠকৰ পাছতেই ৭০ টা সংগঠনৰ কাৰ্য্যকৰী সমিতিৰ সভা অনুষ্ঠিত হয়। সভাত বিধেয়কৰ বিৰুদ্ধে জে পি চিত অধিক হেঁচা প্ৰয়োগ কৰিবলৈ কেতবোৰ ৰণনীতি তৈয়াৰ কৰা হৈছে,” জনালে সংগঠনসমূহৰ অন্যতম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

বিধেয়কখনৰ বিৰুদ্ধে অসমৰ প্ৰতিবাদক সৰ্বভাৰতীয় পৰ্য্যায়লৈ নিয়া, আসন্ন পঞ্চায়ত নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনোৱাকে ধৰি বহুকেইটা পৰামৰ্শ বুদ্ধিজীৱীসকলে আগবঢ়োৱা বুলি লগতে জনায় গগৈয়ে।

গগৈয়ে জনায় যে অতি সোনকালে সংগঠনকেইটাই অধিবক্তা প্ৰশান্ত ভূষন আৰু অটল বিহাৰী বাজপেয়ী চৰকাৰৰ মন্ত্ৰী অৰুন শ্ব’ৰি, যশৱন্ত সিনহাকে ধৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ ৰাজনীতিক, সাংবাদিক আৰু সমাজ কৰ্মীক লগ ধৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ত বুধবাৰে মাইনী মহন্ত, উদয়াদিত্য ভৰালী, নেকিবুৰ জামান, অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, হাইদৰ হুছেইনকে ধৰি প্ৰায় ২০গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হৈছিল সংগঠনকেইটা।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd