• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন ৰণনীতিৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যুঁজলৈ ৭০টা সংগঠন

মাইনী মহন্ত, উদয়াদিত্য ভৰালী, নেকিবুৰ জামান, অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, হাইদৰ হুছেইনকে ধৰি প্ৰায় ২০গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বুধবাৰে বৈঠকত মিলিত হয় সংগঠনকেইটা।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 28, 2018 11:11 pm
protest against Citizenship Bill

৭০টা সংগঠনৰ প্ৰতিবাদৰ দৃশ্য। ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নতুন ৰণনীতি”ৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যুঁজলৈ প্ৰস্তুত হৈছে ৭০টা সংগঠন। গুৱাহাটীত বুধবাৰে একাংশ বুদ্ধিজীৱীৰ পৰামৰ্শ গ্ৰহণৰ পিছতে এক বৈঠকত এই বিষয়ে সংগঠনকেইটাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“বুদ্ধিজীৱীসকলৰ সৈতে বৈঠকৰ পাছতেই ৭০ টা সংগঠনৰ কাৰ্য্যকৰী সমিতিৰ সভা অনুষ্ঠিত হয়। সভাত বিধেয়কৰ বিৰুদ্ধে জে পি চিত অধিক হেঁচা প্ৰয়োগ কৰিবলৈ কেতবোৰ ৰণনীতি তৈয়াৰ কৰা হৈছে,” জনালে সংগঠনসমূহৰ অন্যতম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

Apply Now

বিধেয়কখনৰ বিৰুদ্ধে অসমৰ প্ৰতিবাদক সৰ্বভাৰতীয় পৰ্য্যায়লৈ নিয়া, আসন্ন পঞ্চায়ত নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনোৱাকে ধৰি বহুকেইটা পৰামৰ্শ বুদ্ধিজীৱীসকলে আগবঢ়োৱা বুলি লগতে জনায় গগৈয়ে।

গগৈয়ে জনায় যে অতি সোনকালে সংগঠনকেইটাই অধিবক্তা প্ৰশান্ত ভূষন আৰু অটল বিহাৰী বাজপেয়ী চৰকাৰৰ মন্ত্ৰী অৰুন শ্ব’ৰি, যশৱন্ত সিনহাকে ধৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ ৰাজনীতিক, সাংবাদিক আৰু সমাজ কৰ্মীক লগ ধৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ত বুধবাৰে মাইনী মহন্ত, উদয়াদিত্য ভৰালী, নেকিবুৰ জামান, অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, হাইদৰ হুছেইনকে ধৰি প্ৰায় ২০গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হৈছিল সংগঠনকেইটা।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd