• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমাৰ চৰকাৰে সত্ৰৰ মাটি বেদখল হবলৈ দিয়া নাই: মন্ত্ৰী যোগেন মহন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 27, 2020 7:34 am
IMG-20200126-WA0001

ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো দেওবাৰে অতি উলহ মালহেৰে ৭১ সংখ্যক গণৰাজ্য  দিৱস উদযাপন কৰা হয়।

Apply Now

পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হয় ৭১ সংখ্যক গণৰাজ্য দিৱস কাৰ্য্যসুচী। তাৰ পাছতেই পিয়লি ফুকন উদ্যান আৰু আনন্দৰাম বৰুৱা উদ্যানত চহিদ তৰ্পণ কৰা হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ বৰ্ডিং খেলপথাৰত আয়োজন কৰা গণৰাজ্য  দিৱসৰ কাৰ্য্যসুচীত পতাকা উত্তোলন কৰে গড়কপ্তানি, ৰাজহ মন্ত্ৰী(ৰাজ্যিক) যোগেন মহনে।

পতাকা উত্তোলনৰ অন্তত নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰীজনে কয়, ‘’বৰ্তমান অসম চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ উন্নয়নৰ বাবে বহু কাম কৰিছে। বিগত দিনত খিলঞ্জীয়া ভূমিহীন প্ৰায় চল্লিশ হাজাৰ লোকক ভূমি প্ৰদান কৰাৰ লগতে অহা ২৮ জানুৱাৰিত আৰু বিয়াল্লিশ হাজাৰ খিলঞ্জীয়া লোকক ভূমি প্ৰদান কৰিব।‘’

সত্ৰৰ মাটি বেদখল সন্দৰ্ভত তেওঁ কয়, ‘’আমাৰ চৰকাৰে সত্ৰৰ মাটি বেদখল হবলৈ দিয়া  নাই। ইতিমধ্যে বহু সত্ৰৰ মাটি বেদখলমুক্ত কৰা হৈছে।‘’

তেওঁ লগতে কয়,‘’অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। সতী সাধিনী দিৱসত চৰকাৰে ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ লগতে গোলাঘাটত সতী সাধিনী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ লোৱা হৈছে।‘’

আনহাতে, ৬০০ বছৰ আহোম ৰাজত্বৰ বহু স্মৃতি বিজড়িত চৰাইদেউ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তভুক্ত হৈছে। চৰাইদেউৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে কেইবা কোটি টকা আবন্টন দিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে।

পতাকা উত্তোলনৰ পাছতেই আৰক্ষী ,স্কাউট, গাইড আৰু গৃহৰক্ষী জোৱানৰ দ্বাৰা কুচ-কাৱাজ প্ৰদৰ্শন কৰা হয়। তাৰ পাছত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে কণ কণ ল’ৰা-ছোৱালীৰ মাজত বিভিন্নধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয়। তাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগত উৎকৃষ্ট সেৱা আগবঢ়োৱা বহুকেইজন ব্যক্তিক উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে।

ইপিনে, জিলা প্ৰশাসনে কাৰাগাৰৰ কয়দী সকলৰ মাজত, শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত ৰোগী আৰু প্ৰসূতি সকলৰ মাজত, আৰ বি চি, আহানা আৰু  বৃদ্ধাশ্ৰমত ফলমূল, গৰম কাপোৰ আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে।

বিয়লি জিলা প্ৰশাসন আৰু শিৱসাগৰ প্ৰছ ক্লাৱৰ মাজত এখনি প্ৰীতি ক্ৰিকেট  খেল অনুষ্ঠিত হয়।

ইয়াৰ উপৰিও শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় আদিত দেশৰ  ৭১ সংখ্যক গণৰাজ্য  দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd