DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পালন ৭৩ সংখ্যক স্বাধীনতা দিৱস

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 15, 2019 12:00 pm
Rabi Sharma

ফটো : নৰ্থ-ইষ্ট নাও

2k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়তো উদযাপন কৰা হয় দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস।

হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় প্ৰাংগনত দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ কৰে ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী।

পতাকা উত্তোলন কৰি সভাপতি দাসে কয়, ‘৭৩ সংখ্যক স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনায় লগতে দেশমাতৃৰ স্বাধীনতাৰ হকে সৰ্বস্ব ত্যাগ কৰা বীৰ চহিদ সকলক শ্ৰদ্ধাৰে সোঁৱৰো।‘

আনহাতে আজিৰ অনুস্থানত নতুনকৈ বিজেপিত যোগদান কৰা অভিনেতা ৰবি শৰ্মাই নৰ্থ-ইষ্ট নাওৰ জৰিয়তে সকলোকে ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়।

অভিনেতা গৰাকীয়ে লগতে দেশমাতৃৰ স্বাধীনতাৰ হকে সৰ্বস্ব ত্যাগ কৰা প্ৰতিজন মহান বীৰ চহিদৰ আত্ম বলিদানক কোনেও যেন নাপাহৰে তাৰ প্ৰতিও আহ্বান জনায়।

আজিৰ অনুস্থানত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা, সভাপতি ৰঞ্জিত কুমাৰ দাস, নতুনকৈ যোগদান কৰা অভিনেতা ৰবি শৰ্মাৰ লগতে আন বহুতো নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সন্ধিয়া ৫ বজাত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd