• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক এলেকা উন্নয়ন পুঁজিৰ লাখ লাখ টকা ব্যয় কৰাত ব্যৰ্থ নগাঁৱৰ আঠ বিধায়ক

মুৰলী বৰুৱা by মুৰলী বৰুৱা
January 6, 2021 6:53 pm
IMG_20210106_184017
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ আটাইকেইজন বিধায়কেই তেওঁ লোকৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ লাখ লাখ টকা ব্যয় কৰাত ব্যৰ্থ হৈছে।

আৰ টি আই তথ্যৰ জৰিয়তে এই কথা পোহৰলৈ আনিছে ইনফৰমেচন ফ’ৰামৰ সম্পাদক নৰেন্দ্ৰ প্ৰকাশ চৌহানে।

Apply Now

আৰ টি আই কৰ্মী তথা ইনফৰমেচন ফ’ৰামৰ সম্পাদক নৰেন্দ্ৰ প্ৰকাশ চৌহানৰ আৰ টি আই আবেদনৰ ভিত্তিত নগাঁৱৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়াই যোৱা ৩-১২-২০২০তাৰিখৰ এন ডি চি (আৰ টি আই)৪৬/২০১৬/২৮৫ মৰ্মে যোগান ধৰা তথ্যত প্ৰকাশ পোৱা অনুসৰি, জিলা খনৰ ধিং, বটদ্ৰৱা,ৰূপহীহাট, নগাঁও সদৰ, বঢ়মপুৰ, চামগুৰি আৰু কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰতিজন বিধায়কেই  ২০১৭-২০১৮,২০১৮-২০১৯ আৰু ২০১৯-২০২০ বিত্তীয় বৰ্ষত প্ৰতিটো বৰ্ষতে এক কোটি টকাকৈ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ বাবদ লাভ কৰিছিল।

কিন্তু ২০১৭-২০১৯বৰ্ষত কেৱল ধিং আৰু কলিয়াবৰ সমষ্টিৰ বিধায়ক দুজনেহে সম্পূৰ্ণ এক কোটি টকা খৰচ কৰিবলৈ সক্ষম হয়।

বৰ্ষটোত সাত জন বিধায়কে খৰচ নকৰাকৈ পেলাই থোৱা ধনৰ পৰিমান ২৮.৫লাখ টকা। সেই বৰ্ষটোত ৰহা সমষ্টিৰ বিধায়ক জনে ৮.৫লাখ টকা, বটদ্ৰৱা সমষ্টিৰ বিধায়কে দুই লাখ টকা,ৰূপহীহাট সমষ্টিৰ বিধায়কে ২.৩৭৫লাখ টকা, নগাঁও সদৰ সমষ্টিৰ বিধায়কে ৪.৩৭৫লাখ টকা, বঢ়মপুৰ সমষ্টিৰ বিধায়কে ১০.১২৫লাখ টকা আৰু চামগুৰি সমষ্টিৰ বিধায়কে ১.১২৫ লাখ টকা খৰচ কৰাত ব্যৰ্থ হয়।

আনহাতে,২০১৮-২০১৯বিত্তীয় বৰ্ষত জিলা খনৰ আঠ জন বিধায়কে খৰচ নকৰাকৈ পেলাই থোৱা ধনৰ পৰিমান আছিল ১৬৩.০৩৫লাখ টকা।

জিলা উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ তথ্য অনুসৰি,২০১৮-২০১৯ বিত্তীয় বৰ্ষটোত জিলা খনৰ ৰহা সমষ্টিৰ বিধায়ক জনে ২৫লাখ টকা,ধিং সমষ্টিৰ বিধায়কে ১১.০৬৫ লাখ টকা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা গৰাকীয়ে ২৫লাখ টকা,ৰূপহীহাট সমষ্টিৰ বিধায়কে ২৩.২৫ লাখ টকা, নগাঁও সদৰ সমষ্টিৰ বিধায়কে ২৫.৪৭লাখ টকা, বঢ়মপুৰ সমষ্টিৰ বিধায়কে ২৫লাখ টকা চামগুৰি সমষ্টিৰ বিধায়কে ৩.২৫লাখ টকা আৰু কলিয়াবৰ সমষ্টিৰ বিধায়কে ২৫লাখ টকা খৰচ কৰাত ব্যৰ্থ হয়।

ঠিক একেদৰে,২০১৯-২০২০বিত্তীয় বৰ্ষটোত জিলা খনৰ ৰহা সমষ্টিৰ বিধায়কে ২৮ লাখ টকা,ধিং সমষ্টিৰ বিধায়কে ৫৪.৮৮৭৩ লাখ টকা, বটদ্ৰৱা সমষ্টিৰ বিধায়কে ২৫ লাখ টকা,ৰূপহীহাট সমষ্টিৰ বিধায়কে ২৬.২৫ লাখ টকা, নগাঁও সদৰ সমষ্টিৰ বিধায়কে ৫২ লাখ টকা, বঢ়মপুৰ সমষ্টিৰ বিধায়কে ৮৮.২২৫ লাখ টকা, চামগুৰি সমষ্টিৰ বিধায়কে ১৯.২৫ লাখ টকা, কলিয়াবৰ সমষ্টিৰ বিধায়কে ৭৪ .৮৭৮লাখ টকা খৰচ কৰাত ব্যৰ্থ হোৱা বুলি আৰ টি আই তথ্যত উল্লেখ আছে।

বিত্তীয় বৰ্ষটোত জিলা খনৰ আঠটা সমষ্টিৰ বিধায়কে খৰচ নকৰাকৈ পেলাই থোৱা ধনৰ পৰিমাণ ৩৪০.৪৮৭৫ লাখ টকা।

জিলা খনৰ বিধায়ক সকলে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ধনো সম্পূৰ্ণ ৰূপে খৰচ কৰিবলৈ সক্ষম নোহোৱাটো অত্যন্ত পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd