• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2022 5:47 pm
Old Woman Deadlift
218
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতেই ধাৰণা কৰা হয়, বয়স বাঢ়ি যোৱা মানেই মনোবল হ্ৰাস পায়। পিছে ই যে সকলোৰে ক্ষেত্ৰত হ’ব তেনে কি কথা আছে! সবল মানসিকতাৰে এই প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাবলৈ সাজু আছে বহু বয়ষ্ক ব্যক্তি। সাজু থকাই নহয়, প্ৰত্যাহ্বান জনাইছেও এনে কিছু লোকে।

কোনোবাই যদি শতকৰ ঘৰ স্পৰ্শ কৰাৰ পিছতো মাৰাথানত ভাগ লৈ পদক বুটলিছে, আন কোনোবাই আকৌ সুস্থ-সবল শৰীৰ অটুট ৰাখিবলৈ শৰীৰ চৰ্চা কৰিছে।

এনে কিছু বৃদ্ধ লোকৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত সঘনাই ভাইৰেল হ’বলৈ ধৰিছে। এনে এটা ভিডিঅ’তে কিছুদিন পূৰ্বে ৯০ বছৰীয়া এজন বৃদ্ধই তেওঁৰ নাতিনীৰ সৈতে বলিং কৰা দেখিবলৈ পোৱা গৈছিল।

যোৱা মাহত ভাইৰেল হোৱা আন এটা ভিডিঅ’ত দাক্ষিণাত্যৰ জনপ্ৰিয় চিনেমা ‘পুষ্পা’ৰ গান “চেমি ছেমি”ত এগৰাকী বৃদ্ধ মহিলাই নিখুঁতভাৱে নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসসকলে তেওঁক ‘ডিজে দাদী’ বুলি অভিহিত কৰিছিল।

শেহতীয়াকৈ ঠিক তেনেদৰেই এইবাৰ চৰ্চালৈ আহিছে আন এগৰাকী বৃদ্ধা। সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰা এই মহিলাগৰাকীৰ ভিডিঅ’টোৱে লগাইছে চমক। ভিডিঅ’টোত বৃদ্ধাকগৰাকীক দখিবলৈ পোৱা গৈছে ‘ডেডলিফ্টিং’ কৰা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টো শুকুৰবাৰে ‘পাঞ্জাৱী ইণ্ডাষ্ট্ৰী’ নামৰ এটা একাউন্টৰ দ্বাৰা জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল।

 

 

View this post on Instagram

 

A post shared by punjabi industry (@punjabi_industry__)

এজন কিশোৰে তেওঁৰ আইতাকৰ এই ভিডিঅ’টো দৃশ্যগ্ৰহণ কৰিছিল।

কিশোৰটিয়ে আইতাকক সাধাৰণভাৱে দিয়া ফিটনেছ প্ৰত্যাহ্বান গ্ৰহণ কৰি ‘ডেডলিফ্টিং’ কৰিছে বৃদ্ধাগৰাকীয়ে।

অৱশ্যে ডেডলিফ্টিং কৰি চমক লগোৱা মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

ই ইনষ্টাগ্ৰামৰ লগতে আন আন সামাজিক মাধ্যমতো এই মহিলাগৰাকীৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। বৃদ্ধাগৰাকীৰ এই অপৰাজেয় মনোবলক প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd