• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱনক লৈ হেতালি! ৮৪ বিধ ঔষধ বিপজ্জনক বুলি চিনাক্ত কেন্দ্ৰীয় সংস্থাৰ, কোনো নাকি লগাব কোম্পানীক?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 24, 2025 12:35 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা ‘চেন্ট্রেল ড্ৰাগছ কন্ট্র’ল অর্গেনাইজেচনে’। সংস্থাটোৰ মতে দেশত প্ৰচলন হৈ থকা বহু জীৱদায়িনী ঔষধৰে নাই গুণগত মান। সংস্থাটোৰ মতে ৮৪ বিধ ঔষধৰ গুণগত মান কেৱল নিম্নই নহয়, সেই ঔষধবোৰ অতি বিপদজ্জনকো।

সংস্থাটোৰ প্ৰতিবেদন মতে এই ঔষধবোৰ মানৱ শৰীৰৰ বাবে নিৰাপদ নহয় বুলিও প্ৰমাণিত হৈছে। সংস্থাটোৱে কৰা গুণগত মানৰ পৰীক্ষাত এই ঔষধসমূহ বিপদজ্জনক বুলি প্ৰমাণিত হৈছে।

Apply Now

বিভিন্ন বিষৰ লগতে এচিডিটি, কলেষ্টেৰল, ডায়েবেটিছৰ দৰে নিয়ন্ত্রণ বা নিৰাময়ত আৰু সাধাৰণ ষ্টেৰইড হিচাপে ব্যৱহাৰ হৈ থকা বহুবোৰ ঔষধ নিৰাপদ নহয় বুলিও প্রমাণিত হৈছে। ঔষধৰ গুণগত মানৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত কেন্দ্রীয় ঔষধ নিয়ন্ত্রক সংস্থাটোৱে এচিডিটি, কলেষ্টেৰল আৰু মধুমেহ ৰোগৰ ৮৪ বিধ ঔষধক বিপজ্জনক বুলি চিহ্নিত কৰিছে।

প্ৰতিবেদনত স্পষ্টভাৱে কোৱা হৈছে যে এচিডিটি, কলেষ্টেৰল, বহুমূত্ৰ আৰু জীৱাণুজনিত ৰোগৰ নিৰাময় বা নিয়ন্ত্ৰণত ব্যৱহাৰ হোৱা ৮৪ বিধ ঔষধ নিৰাপদ নহয়। এই ঔষধসমূহৰ গুণগত মান অতি বেয়া আৰু এইসমূহ ৰোগীৰ স্বাস্থ্যৰ বাবে বিপজ্জনক। কিন্তু এই ৮৪ বিধ ঔষধৰ তালিকাত কি কি কোম্পানীৰ ঔষধ আছে, সেয়া সংস্থাটোরে প্রকাশ কৰা নাই।

উল্লেখ্য যে বিভিন্ন ৰোগ নিয়ন্ত্রণ, নিৰাময় আদিৰ বাবে বজাৰত বিক্ৰী হোৱা ঔষধসমূহৰ নিয়মীয়া পৰীক্ষা কৰে চি ডি এছ চি অ’ৱে। প্ৰতিবছৰে পৰীক্ষা কৰা এই সংস্থাটোৱে বিগত বৰ্ষত ৫৩ বিধ ঔষধৰ গুণগত মান নিম্ন বুলি সদৰী কৰিছিল।

সংস্থাটোৰ এইবাৰৰ পৰীক্ষাত বিগত বৰ্ষতকৈ অধিক ঔষধ মানৱ শৰীৰৰ বাবে বিপদজ্জনক বুলি প্ৰমাণিত হোৱাৰ কথাই চিন্তান্বিত কৰি তুলিছে ৰোগীসকলক। লগতে এই তথ্যই ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহে ৰোগীৰ জীৱনৰ লগত হেতালি খেলাটো একপ্ৰকাৰে প্ৰমাণিত হৈছে। যিটো অতি ভয়ংকৰ কথা ৰূপে বিবেচিত হৈছে।

ইপিনে, এই ঔষধসমূহ বিপদজ্জনক বুলি প্ৰমাণ হোৱাৰ পাছতে সংস্থাটোৱে ঔষধসমূহক অতি ক্ষিপ্ৰতাৰে বজাৰৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। লগতে এনে ৰপ্তানিকৃত ঔষধসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

চি ডি এছ চি অ’-এ এই ঔষধসমূহ বজাৰৰ পৰা প্ৰত্যাহাৰ আৰু ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিলেও কেতবোৰ প্ৰশ্নৰ উদয় হৈছে। বিগত বৰ্ষত অৰ্ধ শতাধিকৰো অধিক ঔষধ বিপদজ্জনক বুলি প্ৰমাণিত হোৱাৰ পাছতো ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ ওপৰত নাকি লগাব পৰা নাই কিয়?

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd