• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৮৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকত উচ্চতম ন্যায়ালয়ৰ নিয়ম ভংগ কৰি জাতিগত জনগণনা ৰূপায়ণ কৰিবনে কংগ্ৰেছে?

এন ই নাও নিউজ,  গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2025 2:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকপিয়লৰ বাবে গঠন কৰা আয়োগৰ প্ৰতিবেদন অনুসৰি কৰ্ণাটকত চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত মুঠ খালী পদৰ ৮৫ শতাংশই সংৰক্ষণৰ অধীনত আছে! ৰাহুল গান্ধীয়ে প্ৰস্তাৱ কৰা জাতি জৰীপৰ ভিত্তিত সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিয়ম ভংগ কৰিব লাগিব, কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো ৰাজ্যত সংৰক্ষণৰ পৰিমাণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰে।

দীৰ্ঘদিন ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশজুৰি জাতিগত লোকপিয়লৰ দাবী জনাই আহিছে। অৱশ্যে কংগ্ৰেছ নেতা গৰাকীৰ দাবীৰ পূৰ্বেই নীতিশ কুমাৰে বিহাৰত জাতিগত জনগণনা কৰে। পিছলৈ কৰ্ণাটকতো জাতিগত জনগণনা কৰা হয়। কিন্তু সেই প্ৰতিবেদন বহু সময় ধৰি প্ৰকাশ কৰা নাছিল। বিশেষ সূত্ৰ আনুসৰি জাতি জনগণনাক লৈ ৰাজ্যৰ কংগ্ৰেছ নেতাসকলৰ কিছু আপত্তি আছিল। কিন্তু হাইকমাণ্ডৰ নিৰ্দেশত লোকপিয়ল আয়োগে সেই আপত্তি নাকচ কৰি প্ৰতিবেদন প্ৰকাশ কৰিছে।

Apply Now

ৰাজ্যখনৰ জনগাঁথনি বিবেচনাৰ পাছত অ’বিচিৰ বাবে সংৰক্ষণ ৫১ শতাংশলৈ বৃদ্ধি কৰিব লাগে বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷  লাগে। যিটো পূৰ্বে ৩২ শতাংশ আছিল। এই বৃদ্ধিৰ পাছত মুঠ সংৰক্ষণ ৮৫ শতাংশ হ’ব। অৰ্থাৎ চৰকাৰী চাকৰি বা শিক্ষানুষ্ঠানত মাত্ৰ ১৫ শতাংশ আসনহে অসংৰক্ষিত হৈ থাকিব। আয়োগৰ প্ৰতিবেদন অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ পৰিমাণ ২৪ শতাংশ হ’ব লাগে। ইয়াৰ লগতে ইতিমধ্যে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো ৰাজ্যত সংৰক্ষণৰ পৰিমাণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰে। কৰ্ণাটকৰ এই আইন কাৰ্যকৰী কৰিবলৈ সেই নিয়ম ভংগ কৰিব লাগিব। ৰাজ্যৰ বিধানসভাত এই বিধেয়ক গৃহীত হ’লেও ই আইনত পৰিণত নহ’ব৷ এই আইনখন কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰৰ অনুমতিৰ প্ৰয়োজন হ’ব। তদুপৰি কৰ্ণাটকৰ সিদ্দাৰমাইয়া চৰকাৰে প্ৰতিবেদনখন কাৰ্যকৰী কৰিবলৈ কিমান আগ্ৰহী সেই লৈও সন্দেহৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ,  গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd