• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৪১৩৩ গৰাকীলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2020 3:17 pm

1 min read

মিজোৰামত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৪১৩৩ গৰাকীলৈ বৃদ্ধি
178
VIEWS
Share on FacebookShare on Twitter

মিজোৰামত নতুনকৈ ৯ গৰাকী ব্যক্তি কোভিড প’জিটিভ হৈছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৪১৩৩ গৰাকীলৈ বৃদ্ধি পায়।

মিজোৰামত মুঠ কোভিড প’জিটিভ হোৱা ৪১৩৩ গৰাকী ব্যক্তিৰ ভিতৰত ১৫৩ গৰাকী সক্ৰিয় হৈ আছে।

মিজোৰামৰ ৪১৩৩ গৰাকী কোভিড আক্ৰান্ত হোৱা ব্যক্তিৰ ভিতৰত ৩০৪১ গৰাকী পুৰুষ আৰু ১০৯২ গৰাকী মহিলা।

শেহতীয়াভাৱে ৰাজ্যখনত কোভিড প’জিটিভ হোৱা ৯ গৰাকী ব্যক্তিৰ ভিতৰত তিনিগৰাকী আৰটি-পি চি আৰ পৰীক্ষাত আৰু ছয়গৰাকী ৰেপিড এণ্টিজেন পৰীক্ষাত চিনাক্ত হৈছে।

সৌভাগ্যৱশত মিজোৰামত বিগত ২৪ ঘণ্টাত কোনো ব্যক্তিৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।

মিজোৰামত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত সাত গৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

মিজোৰামৰ ভিতৰত আইজলত সৰ্বাধিক সংখ্যক ৬৮ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে লুংলেইত ৩৬ গৰাকী লাৱাংলাইত ২৬ গৰাকী, কোলাচিবত ৯ গৰাকী, চাৰ্ছিপত ৭ গৰাকী, চাম্ফাইত ৪ গৰাকী, চাইতুৱেলত ২ গৰাকী আৰু নাথিয়ালত এগৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd