• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভূতপূৰ্ব মেচ! শূন্য ৰাণতে আউট ৯গৰাকী বেটছমেন; দলৰ স্ক’ৰ ৮ ৰাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2019 2:39 pm
cricket_web

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটত পৰিণতিৰ বিষয়ে কোৱাটো জটিল। মুহূৰ্ততে সলনি হৈ যায় মেচৰ ৰূপ। এনেকুৱা এক অভূতপূৰ্ব মেচ দেখা পোৱা গ’ল দক্ষিণ এছিয়া ক্ৰীড়াত।

মেচখনত ৯গৰাকীকৈ বেটছমেন শূণ্য হাতেৰে পেভলিয়নলৈ উভতিল। দলৰ মুঠ ৰাণ সংখ্যা হ’লগৈ মাত্ৰ ৮ ৰাণ।

Apply Now

ক্ৰিকেট মেচত সাধাৰণতে বহু অঘটন ঘটা দেখা যায়। বহুত অভিলেখো সৃষ্টি হয়। কিন্তু নেপালত যিটো ঘটিল সেইটোৱে পূৰ্বৰ সকলো ঘটনাকে ম্লান কৰি দিলে।

দক্ষিণ এছিয়া ক্ৰীড়াত মালদ্বীপৰ মহিলা ক্ৰিকেট দলৰ এনে এক অৱস্থা হ’ব সেয়া হয়তো কোনোৱে সপোনতো ভাবিব নোৱাৰে।

শনিবাৰে নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা মেচখনত মালদ্বীপৰ দলটো ৮ ৰাণতে অল আউট হৈ যায়। ইয়াৰে ৯গৰাকী বেটছমেনে কোনো ৰাণ কৰিবলৈ সমৰ্থ নহ’ল।

কিন্তু এয়া বিপক্ষৰ দুৰ্দান্ত বলিং নে বেটছমেনসকলৰ চূড়ান্ত ব্যৰ্থতা সেয়া অৱশ্যেই চৰ্চাৰ বিষয়। তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পাছতো কেনেকৈ দলটোৱে ৮ ৰাণ কৰিবলৈ সক্ষম হ’ল?

আপুনি হয়তো ভাবিব পাৰে বাকী দুগৰাকী বেটছমেনে ৰাণখিনি কৰিছে। কিন্তু নহয়, সেয়া আন এক চমৎকাৰ।

অ’পেনাৰ আইমা আছাথে ১২ টা বলত মাত্ৰ ১ ৰাণ কৰে। আনগৰাকী বেটছমেন শূন্য ৰাণত অপৰাজিত হৈ থাকে। বাকী সাত ৰাণ আহে অতিৰিক্ত হিচাপে।

প্ৰত্যুত্তৰত নেপালে কোনো উইকেট নেহেৰুৱাকৈ মাত্ৰ সাতটা বল খেলি বিজয়ৰ বাবে ৰামখিনি সংগ্ৰহ কৰে।

টী-২০ৰ ইতিহাসত চতুৰ্থ দ্ৰুতভাৱে ৰাণ কৰি বিজয় সাৱ্যস্ত কৰাৰ অভিলেখো গঢ়ে নেপালে। মহিলা টী-২০ ক্ৰিকেটত এইটো হ’ল দ্বিতীয় সৰ্বনিম্ন স্ক’ৰ।

উল্লেখযোগ্য যে ২০১৭চনত মালদ্বীপ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলক আইচিচিয়ে স্বীকৃতি প্ৰদান কৰিছিল।

যোৱা সপ্তাহত দলটোৱে নেপালৰ বিৰুদ্ধে প্ৰথমখন টী-২০ মেচ খেলিছিল। মেচখনত দলটো ১১৫ৰাণত পৰাজিত হয়।

ইয়াৰ কেইদিনমান পূৰ্বে গ্ৰুপৰ এখন মেচত মালদ্বীপৰ দলটো নেপালৰ হাতত ২৪৯ ৰাণত পৰাজিত হৈছিল। ২৫৬ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৬ ৰাণতে অল আউট হৈছিল দলটো।

ইয়াৰ পাছতো মালদ্বীপৰ মহিলা ক্ৰিকেট দলটোৱে আই চি চিৰ স্বীকৃত টুৰ্ণামেন্টত ক্ৰিকেট খেলাৰ ধৃষ্টতা দেখুৱাব পাৰিবনে? সেয়া এক প্ৰশ্ন হৈ উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd