• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দক্ষ বন বিষয়া হোৱাৰ মন মণিপুৰৰ ৯ বছৰীয়া গ্ৰীণ এম্বেছাদৰ এলাংবাম ভেলেণ্টিনা দেৱীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 14, 2019 7:58 pm

1 min read

Elangbam-Valentina-Devi-2jpg-615x375-750x375

শিশু ভেলেণ্টিনা

597
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক গ্ৰীণ এম্বেছাদৰ হিচাপে নিযুক্ত মণিপুৰৰ ৯ বছৰীয়া কন্যা এলাংবাম ভেলেণ্টিনা দেৱীয়ে ভবিষ্যতে এগৰাকী দক্ষ বন বিষয়া হ’ব খোজে।

এলাংবামে মূলতঃ পৰিবেশ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এগৰাকী বন বিষয়া হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : গছ কটাৰ দুখত কান্দোনত ভাগি পৰা ৯ বছৰীয়া মণিপুৰী ছোৱালীক গ্ৰীণ এম্বেছাদৰ নিযুক্তি

উল্লেখযোগ্য যে, পাহাৰীয়া ৰাজ্যখনত পথ বহলোৱা প্ৰকল্প এটাৰ বাবে দুডাল গছ কটাৰ কাৰণে ৯ বছৰীয়া শিশুগৰাকীয়ে কান্দোনত ভাগি পৰা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে শিশুগৰাকীলৈ ৰাজ্যখনৰ গ্ৰীণ এম্বেছাদৰৰ সন্মান আগবঢ়োৱা হয়।

ভেলেণ্টিনা কাকচিঙ চহৰৰ আমুটম্বি ডিভাইন লাইফ ইংলিছ স্কুলৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী।

তাই পাঁচ বছৰ পূৰ্বে দুডাল কৃষ্ণচূড়া গছৰ পুলি এখন নদীৰ পাৰত ৰোপন কৰিছিল।

তাই গছপুলি দুডালৰ যতন লৈছিল আৰু সেইয়া প্ৰায় চাৰি বছৰৰ ভিতৰত লহপহীয়া গছ হৈ উঠিছিল।

নদীখনৰ কাষেৰে যোৱা পথ বহলোৱা প্ৰকল্পৰ বাবে গছ দুডাল আন গছ গছনিৰ লগতে কাটি পেলোৱা হয়। যাৰ বাবে কান্দোনত ভাগি পৰিছিল ভেলেণ্টিনা।

ছোৱালীগৰাকীৰ এনে মহানুভৱতা দেখি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বীৰেন সিঙে ৯ বছৰীয়া এলাংবাম ভেলেণ্টিনা দেৱীক ৰাজ্যখনৰ গ্ৰীণ এম্বেছাদৰ হিচাপে নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd