• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত এদিনতে ক’ৰ’না প’জিটিভ ৯৩ গৰাকী; সকলোৰে তবলিগী জামাতৰ সৈতে সম্পৰ্ক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 9, 2020 9:40 am

1 min read

markaz
1.6k
VIEWS
Share on FacebookShare on Twitter

দিল্লীত ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। বুধবাৰে দিল্লীত নতুনকৈ ৯৩ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত নিশ্চিত হয়।

এদিনতে নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা ৯৩ গৰাকী লোকৰ আটাইকেইগৰাকী লোকৰে তাবলিগী জামাতৰ সৈতে সম্পৰ্ক থকা বুলি দিল্লী চৰকাৰে প্ৰকাশ কৰিছে।

দেশৰ ৰাজধানী দিল্লীত বৰ্তমানলৈ মুঠ ৬৬৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯ গৰাকী লোকৰ মৃত্যু হৈছে।

বৰ্তমানলৈ দিল্লীত ক’ৰ’না আক্ৰান্ত ৬৬৯ গৰাকী লোকৰ ভিতৰত ২৮ গৰাকী আই চি য়ুত থকাৰ লগতে ছয় গৰাকী লোক ভেণ্টিলেটৰত আছে।

আনহাতে, দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনিশ চিছোদিয়াই বুধবাৰে দিল্লীৰ মুঠ ২০ টা অঞ্চল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণৰূপে চীল কৰি দিয়া হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে।

‘‘চীল কৰি দিয়া অঞ্চল সমূহত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে আৰু তাৰপৰা কোনো লোক বাহিৰলৈ ওলাই আহিব নোৱাৰে,’’ চিছোদিয়াই লগতে কয়।

Tags: COVID-19

Recent News

Anshuman

কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা অংশুমান খোৰাণা : কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

Keshav Mahanta

কলিয়াবৰত নৱ-নিৰ্মিত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা ও লাইখুটা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

Rishav Pant

ঋষভ পন্টে কিনিব বিচাৰিছে এটা নতুন ঘৰ; টুইট কৰি অনুৰাগীক সুধিলে কিবা খৱৰ থাকিলে কওক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd