DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেন্দ্ৰীয় কাৰাগাৰৰ ৯৫% কয়দীয়েই কোভিড১৯ পজিটিভ! : কয়দীৰ বিস্ফোৰক অভিযোগ

ক'ৰ'ণাৰ হটস্পটত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ! কয়দীৰ বিস্ফোৰক পত্ৰই ফাদিল কৰিছে জেইলৰ ভিতৰৰ পৰিবেশ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2020 9:16 pm
index.jpgbb
14.7k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কোভিড১৯ৰ হটস্পষ্টলৈ পৰিণত হৈছে নেকি?

ইতিমধ্যে কেবাজনো কাৰাবন্দীৰ শৰীৰত কোভিড১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত এই প্ৰশ্নৰ উদ্ৰেক কৰিছে।

কাৰাগাৰ কৰ্তৃপক্ষই কাৰাগাৰৰ ভিতৰৰ কোভিড১৯ৰ প্ৰকৃত প্ৰতিচ্ছবি লুকুৱাই ৰাখিছে নেকি?

এই লৈ ৰাইজৰ মাজত চৰ্চা চলিছে থকাৰ সময়তে এগৰাকী কোভিড১৯ পজিটিভ কয়দীৰ বিস্ফোৰক পত্ৰই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ এই পত্ৰৰ দুটা পৃষ্ঠা পৰিছে আমাৰ সাংবাদিকৰ হাতত।

কোভিড-১৯ পজিটিভত আক্ৰান্ত জেইলৰ কয়দীয়ে তেওঁলোকক নিয়া বাহনৰ পৰা জেইলৰ প্ৰবেশদ্বাৰত পেলাই থৈ যায় দুই পৃষ্ঠাৰ সেই বিশেষ পত্ৰখন।

য’ত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ ভয়ংকৰ পৰিবেশৰ বিষয়ে সংক্ষেপে বৰ্ণনা কৰিছে দোদুল দাস নামৰ এজন কয়দীয়ে।

য’ত স্পষ্টকৈ লিখা আছে “জেইলৰ ভিতৰত ৯৫ শতাংশৰ কোভিড-১৯ হৈছে। এতিয়ালৈকে সকলোৰে টেষ্ট কৰোৱা নাই। আমাৰ পজিটিভ অহাৰ last ৪০ ঘণ্টা ধৰি পেলাই থৈছিল। কোনো treatment আৰু diet দিয়া নাই।”

“জেইল authority ক কৈছিলো তেওঁলোকে একো নাজানো বুলি কয়। আজি আমি বন্ধ কোঠাত জুই লগাই দিয়াৰ পাছত আমাক এতিয়া মেডিকেললৈ পঠাই আছে।” চিঠিখনত দাসে লিখি কয়।

তেওঁ লগতে কয় “কাৰাগাৰৰ ভিতৰত পজিটিভ নিগেটিভ একেলগে আছে। ২ ফুট দূৰত্বত দুজন মানুহকৈ এটা ৰুমত ৫০ জন মানুহক শুব দিয়ে।”

চিঠিখনৰ শেষত কয়দীজনে লিখি কয় “PLEASE SAVE US, WE ARE ALSO HUMAN BEING NOT BLUDDY GHOST”।

কয়দীৰ এই পত্ৰখনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ কোভিড১৯ৰ প্ৰকৃত ছবিখন কিমান ভয়াৱহ হ’ব পাৰে তাৰে এক ইংগিত প্ৰদান কৰিছে।

Tags: COVID-19

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd