• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত চলি আছে কৃষক সংগঠন আৰু চৰকাৰৰ মাজত নৱম পৰ্যায়ৰ আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2021 4:28 pm
173
VIEWS
Share on FacebookShare on Twitter

আজি কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত নৱম পৰ্যায়ৰ আলোচনা চলি আছে।

এই আলোচনাত দুয়োটা পক্ষই নতুন কৃষি আইন তিনিখনক লৈ চলি থকা বিতৰ্কৰ অন্ত পৰিব বুলি আশা প্ৰকাশ কৰিছে।

কৃষকসকলে তিনিওখন আইন প্ৰত্যাহাৰ আৰু নিম্নতম সমৰ্থন মূল্য (এমএছপি) সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতিৰ নিশ্চিতি দাবী কৰিছে। আনহাতে কেন্দ্ৰই আইন কেইখন প্ৰত্যাহাৰ কৰাৰ পক্ষত নাই।

বৈঠকৰ পূৰ্বে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় যে আজি বিষয়টো সন্দৰ্ভত সমাধান সূত্ৰ ওলাব বুলি আশা প্ৰকাশ কৰা হৈছে।

তেওঁ লগতে কয় যে সকলো আগবাঢ়ি আহিলেহে সমাধান সূত্ৰ ওলাব।

উল্লেখ্য যে আজিৰ সভাৰ পূৰ্বে চৰকাৰ আৰু কৃষকসকলৰ মাজত ৮টা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল, কিন্তু এতিয়ালৈকে কোনো চূড়ান্ত সমাধান পোৱা হোৱা নাই।

কৃষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পূৰ্বে কৃষি মন্ত্ৰী নৰেন্দ্ৰ টোমাৰ আৰু পীয়ুষ গোৱেলে গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।

কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কয় যে চৰকাৰে ১০ টা পদক্ষেপ লৈছে আৰু কৃষকে ২টা পদক্ষেপ ল’লে ইয়াৰ সমাধান ওলাব।

ইফালে চৰকাৰৰ সৈতে নৱম পৰ্যায়ৰ আলোচনাৰ বাবে বিজ্ঞান ভৱনত উপস্থিত হোৱা কৃষক নেতা ৰাকেশ টিকাটে আজিৰ এই আলোচনাৰ পৰা কিবা ভাল ফলাফল ওলাব বুলি আশা প্ৰকাশ কৰিছে।

কিন্তু তেওঁ পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে কৃষি আইন কেইখন বাতিল নকৰা পৰ্যন্ত এই আন্দোলনৰ অন্ত নপৰে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd