• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত প্ৰৱেশ কৰা ক’ৰ’না ভাইৰাছৰ পৰা কেনেদৰে বাচিব; জানক কেইটামান উপায়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2020 9:12 am
https___cdn.cnn.com_cnnnext_dam_assets_200108214800-coronavirus
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনত সংহাৰী ৰূপ ধাৰণৰ পিছতে বিশ্বৰ বিভিন্ন দেশত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ প্ৰৱেশ ঘটিছে ভাৰতত। প্ৰায় ১০ জন লোকৰ দেহত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাত এতিয়া সাধাৰণ লোকৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

এই মহামাৰী ভাইৰাছবিধৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ বিভিন্ন স্বাস্থ্য সংস্থা সমূহে উপদেশ দিয়া কেতবোৰ নিৰ্দেশনা তথা নিয়ম সমূহ তলত উল্লেখ কৰা হ’ল।

Apply Now

১. যদি কোনো ব্যক্তিৰ কাঁহ, পানী লগা, জ্বৰ হোৱা বুলি জানিছে তেন্তে সেই ব্যক্তিজনৰ পৰা ০.৫ ৰ পৰা ২ মিটাৰ দূৰত্ব বজাই ৰাখিব। তদুপৰি বেমাৰী ব্যক্তিজনক মাস্ক পিন্ধিবলৈ কওক।

২. বহু সময়ত কাঁহিলে বা হাঁচিয়ালে তাৰ বিজানুবোৰ আশে-পাশে থকা বস্তুলৈ বিয়পিব পাৰে। মুখত হাত দি কাঁহিলে বা হাঁচি মাৰি মোবাইল, কম্পিউটাৰ মাউচ, কাপ বা অন্য তেনেধৰণৰ বস্তু চুৱে তেন্তে বিজানু বা ভাইৰাছবিধ তালৈ সংক্ৰমিত হ’ব পাৰে। এই বস্তুবোৰ চুলে হাত দুখন ভালকৈ নোধোৱাকে চকু বা নিজৰ শৰীৰ চুব নালাগে।

৩. এই ভাইৰাছবিধত আক্ৰান্ত ব্যক্তিয়ে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰে যেনে প্লেট, কাপ আদিত ৪৮ ঘণ্টালৈকে ক’ৰ’না ভাইৰাছ জীৱিত হৈ থাকে। চাবোন বা অন্য তেনেধৰণৰ সামগ্ৰীৰে ধুইহে ভাইৰাছবিধ নোহোৱা কৰিব পাৰি।

৪. যদি ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকক চুইছে তেন্তে দুয়োখন হাত ভালকৈ ধুব লাগে।

৫. এই ভাইৰাছ বিধৰ পৰা হাত সাৰিবলৈ আপুনি পিন্ধা মাস্কখন এদিনতকৈ বেছি নিপিন্ধিব। এদিনতকে বেছি পিন্ধিলে বেক্টেৰিয়া ভিতৰলৈও যাব পাৰে।

৬. যদি কোনো লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি সন্দেহ ভাৱ আহিছে তেন্তে সেই ব্যক্তিজনে ব্যৱহাৰ কৰা টাৱেল, খাদ্য, বাচন-বৰ্তন ব্যৱহাৰ নকৰিব।

৭. এই ভাইৰাছবিধ নাক, কাণ আৰু চকুৰ জৰিয়তেও সম্প্ৰসাৰিত হয়। সেয়ে যিকোনো বেমাৰী ব্যক্তিক লগ কৰাৰ পিছত নিজৰ শৰীৰৰ এই অংগ সমূহ হাত দুখন পৰিস্কাৰকৈ নোধোৱাকৈ স্পৰ্শ নকৰিব।

উল্লেখ্য যে যদিহে আপুনি বা আপোনাৰ ওচৰৰ কোনো লোক জ্বৰ, পানী লগা, কাঁহ, উশাহ-নিশাহ লোৱাত কষ্ট, ডিঙিৰ ভিতৰত বিষ আদি সমস্যাত ভুগে তেন্তে লগে লগে চকিৎসকৰ ওচৰত যাব বা যোৱাৰ পৰামৰ্শ দিব।

এটা কথা জানি থোৱা ভাল যে এই ৰোগবিধ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হয় সেয়ে এই ক্ষেত্ৰত অসাৱধানতা অৱলম্বন কৰা অনূচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd