• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘খৰিকা’ত অসমীয়া খাদ্যৰ সোৱাদ ললে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছনে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2020 4:10 pm
Pitersen

খৰিকাত পিটাৰছন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গঁড় সংৰক্ষণ শীৰ্ষক বিষয়বস্তৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কাজিৰঙাত উপস্থিত হোৱা ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছনে আজি গুৱাহাটীৰ ‘খৰিকা’ ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।

তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত কাজিৰঙালৈ অহা পিটাৰছেনে আজি খৰিকাত অসমীয়া খাদ্যৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰা ফটোত দেখা গৈছে।

Apply Now

খৰিকাৰ স্বত্তাধিকাৰী অতুল লহকৰে পিটাৰছনে খৰিকাত আহাৰ গ্ৰহণ কৰাৰ ফটো নিজৰ ফেইচবুক একাউণ্টত আপলোড কৰে।

‘‘প্ৰাক্তন ইলেংণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰছনে মোৰ ৰেষ্টুৰেণ্ট হেৰিটেজ খৰিকাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে,’’ ফেইচবুকত লহকৰে লিখে।

খৰিকাত আহাৰ গ্ৰহণ কৰি অৱস্থাৰ ফটোত ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীক অসমীয়া খাদ্যৰ জুতি লোৱা দেখা গৈছে।

পোৰা বিলাহী, পাতত দিয়া মাছ আদিৰো সোৱাদ ইংলেণ্ডৰ ক্ৰিকেটাৰ গৰাকীয়ে খৰিকালৈ আহি লয়।

অসমলৈ অহা ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীৰ বহু ফটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এখন ফটোত পিটাৰছনক এগৰাকী বন সুৰক্ষা কৰ্মীৰ সৈতে কাজিৰঙাত এটা ঘৰৰ সন্মুখত বহি থকা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd