• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নত চিকিৎসাৰ অভাৱত অখিল; মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল আইন ছাত্ৰ সন্থাৰ

‘মানুহ হিচাপে বা জেইলৰ কয়দী হিচাপেও উন্নত চিকিৎসা পোৱাটো অখিল গগৈৰ অধিকাৰ’ আইন ছাত্ৰ সন্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2020 6:40 pm
Lawwww

অখিল গগৈৰ চিকিৎসাত হেমাহিৰ অভিযোগ তুলি কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে আইন ছাত্ৰ সন্থাৰ মান অধিকাৰ আয়োগত গোচৰ। ফটো: নৰ্থইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা কিছুদিন ধৰি কাৰাগাৰৰ ভিতৰত কৃষক নেতা অখিল গগৈ অসুস্থ হৈ আছে যদিও তেওঁক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি নকৰাই কেৱল জিএমছিএইচত চিকিৎসা কৰাই পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰাত ক্ষুভিত সদৌ অসম আইন ছাত্ৰ সন্থা।

শুকুৰবাৰে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাষ চাপি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ছাত্ৰ সংগঠনটোৱে।

সদৌ অসম আইন ছাত্ৰ সন্থাৰ উপ সভাপতি দেৱাশিষ মেধিয়ে আজি ভঙাগড়স্থিত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাৰ্য্যালয়ত এই অভিযোগ দাখিল কৰে।

অভিযোগ দাখিল কৰি আহি মেধিয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘অখিল গগৈয়ে বাৰম্বাৰ তেওঁৰ পেটৰ বিষ, কঁকালৰ বিষ, জ্বৰ বুলি কৈ থকাৰ পাছতো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কর্তৃপক্ষই তেওঁক মানুহ হিচাপে সামান্যতম অধিকাৰ প্ৰদান কৰিব পৰা নাই। এয়া কি ষড়যন্ত্ৰ চলিছে?’

Avijug Potro
আইন ছাত্ৰ সন্থাই মানৱ অধিকাৰ আয়োগত দিয়া এজাহাৰখন।

‘অসমবাসী ৰাইজে অখিল গগৈৰ মুক্তি বিচাৰি চকুপানী টুকিছে আৰু তেওঁ দোষী নহয় বুলি অসমবাসী ৰাইজে জানে। কিন্তু এটা এক ডাঙৰ ষড়যন্ত্ৰ, বাৰে বাৰে কা বিৰোধী আন্দোলনকাৰীক এনেদৰে চৰকাৰে মানসিক আৰু শাৰিৰীকভাৱে কষ্ট দি আহিছে,‘-মেধিয়ে এইদৰে কয়।

আইন ছাত্ৰ সন্থাৰ উপ-সভাপতিগৰাকীয়ে অখিল গগৈৰ উন্নত চিকিৎসাৰ দাবী জনাই লগতে কয়, ‘জেইলৰ কয়দী হিচাপেও তেওঁৰ এইখিনি অধিকাৰ। সেয়েহে মানুহ হিচাপে উন্নত চিকিসা প্ৰদান কৰি তেওঁৰ অধিকাৰ প্ৰদান কৰিবৰ বাবে মানৱ অধিকাৰ আয়োগক দাবী জনাইছো।‘

উল্লেখযোগ্য যে, চিকিৎসালয়ত গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাবে জেইল কর্তৃপক্ষই অখিলক আজি জিএমছিএইচত ভৰ্তি কৰোৱাই স্বাস্থ্য পৰীক্ষা কৰাই পুনৰ কাৰাগাৰলৈ লৈ যায়।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd