• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ টা ছিক্সাৰেৰে হাৰ্দিক পাণ্ডেয়াৰ ১৫৮ ৰানৰ বিধ্বংসী ইংনিছ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 7:14 am
hardik_pandya

হাৰ্দিক পাণ্ডেয়া

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঘাতৰ বাবে বহু দিন ধৰি খেল পথাৰৰ পৰা আতৰি থকা টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়াই ডিৱাই পাটিল টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত বিধ্বংসী প্ৰদৰ্শন দাঙি ধৰিছে।

শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন খেলত হাৰ্দিকে মাত্ৰ ৫৫ বলৰ সন্মুখিন হৈ ২০ টা বিশাল ছিক্সাৰেৰে অপৰাজিত ১৫৮ ৰানৰ ইনিংছ খেলে।

Apply Now

নেভি মুম্বাইৰ ডিৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ খেলখনত পাণ্ডেয়াই ৰিলায়েঞ্চৰ হৈ বিপিচিএলৰ বিপক্ষে এই বিধ্বংসী ইনিংছ খেলে।

আই পি এলৰ তাৰকা বলাৰ সন্দীপ শৰ্মা, শিৱম ডুৱে আদিৰ দৰে বলাৰৰ বিপক্ষে খেলি পাণ্ডেয়াই এই বিধ্বংসী ইনিংছটো খেলে।

উল্লেখযোগ্য যে, ডিৱাই পাটিল টি-২০ প্ৰতিযোগিতাত পাণ্ডেয়াৰ এইটো দ্বিতীয় শতকীয় ইনিংছ।

ইয়াৰ পূৰ্বে বিগত খেলখনতো পাণ্ডেয়াই শতৰাণ অৰ্জন কৰিছিল।

ডিৱাই পাটিল টি-২০ প্ৰতিযোগিতাত দাঙি ধৰা চমৎকাৰ প্ৰদৰ্শনেৰে হাৰ্দিকে ভাৰতীয় দললৈ উভতি আহিব পৰাকৈ যে সুস্থ হৈ উঠিছে সেয়া প্ৰমাণ কৰি দেখুৱাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd