• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

খবৰ অনুসৰি সৌৰভে হোৱাটছএপত কোনো ধৰণৰ মেছেজ প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাই। আনকি যোৱা এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো কাণ্ড, য’ত তেওঁৰ হোৱাটছএপ একাউণ্ট ব্লক কৰাৰ দাবী উত্থাপন হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 26, 2026 2:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিপদত পৰিছে ককৰোচ জনতা পাৰ্টিৰ নেতা সৌৰভ দাস। এইবাৰ ককৰোচৰ নেতাগৰাকীয়ে তেওঁৰ হোৱাটছএপ একাউণ্টত নিয়ন্ত্ৰণ বা ব্লক কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আনকি চিজেপি নেতা অভিজিৎ দীপকে সৰৱ হৈছে।

খবৰ অনুসৰি সৌৰভে হোৱাটছএপত কোনো ধৰণৰ মেছেজ প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাই। আনকি যোৱা এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো কাণ্ড, য’ত তেওঁৰ হোৱাটছএপ একাউণ্ট ব্লক কৰাৰ দাবী উত্থাপন হৈছে।

নিজৰ এক্স হেণ্ডেলত ক্ষোভ প্ৰকাশ কৰি সৌৰভ দাসে লিখিছে যে তেওঁৰ হোৱাটছএপ একাউণ্টত বাধা আৰোপ কৰা হৈছে আৰু তেওঁ কোনো নতুন মেছেজ পঠিয়াব পৰা নাই। আনকি সৌৰভ আৰু অভিজিতে পোনপটীয়াকৈ হোৱাটছএপক টেগ কৰি প্ৰশ্ন উত্থাপন কৰে “হোৱাটছএপ- আচলতে কি হৈছে?”

Apply Now

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২২ অক্টোবৰত তেওঁৰ হোৱাটছএপ একাউণ্ট ব্লক হোৱাৰ খবৰ পোহৰলৈ আহিছিল। তেওঁ মেছেজিং প্লেটফৰ্ম মেটাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰি জানিব বিচাৰিছিল যে কাৰ নিৰ্দেশত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু তেওঁৰ একাউণ্ট কিয় ব্লক কৰা হৈছে?

ইয়াৰ সমান্তৰালকৈ চিজেপিৰ অফিচিয়েল এক্স হেণ্ডেলত ককৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰাও একেটা প্ৰশ্ন উত্থাপন কৰি ৰাজনৈতিক উদ্দেশ্যত তেওঁলোকৰ একাউণ্ট নিষিদ্ধ কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰে।

কিন্তু ৰাজনৈতিক বিশেষজ্ঞৰ মতে এই ঘটনাৰ আঁৰত এটা ৰাজনৈতিক চক্ৰ আছে। ভোটাৰ তালিকাৰ এছ আই আৰ বা বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত ভোটাৰৰ নাম বাদ পৰাৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চিজেপিয়ে আন্দোলন অব্যাহত ৰাখিছে। আৰু সেই আন্দোলনত আগভাগ লৈছে সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ দল।

ইফালে ১৩ অক্টোবৰত দিল্লীৰ যন্তৰ মন্তৰ অঞ্চলত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। আনকি তেওঁলোকক ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

My WhatsApp account has been restricted and I’m unable to send any new messages.

@WhatsApp what’s happening?

— Saurav Das (@SauravDassss) October 25, 2026

অৱশ্যে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত ইটোৰ পিছত সিটো বিপৰ্যয়ৰ সন্মুখীন হৈছে এইগৰাকী চিজেপি নেতা। ইয়াৰ পূৰ্বে সৌৰভৰ ঘৰৰ নথি-পত্ৰ সন্দৰ্ভত প্ৰমাণ বিচৰা হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd