• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত এতিয়ালৈ এজনো কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই : সংবাদমেলত পীযুষ হাজৰিকা

ৰাজ্যবাসীক চিন্তিত নহবলৈ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2020 11:31 am
Piyush Hazarika

সংবাদমেলত পীযুষ হাজৰিকা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা ভূটানলৈ যোৱা বিদেশী পৰ্যটকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত কৰ’না ভাইৰাছ সম্পৰ্কে এখন সংবাদমেল অনুষ্ঠিত কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এই সংবাদমেলত হাজৰিকাই অসমৰ জনসাধাৰণক চিন্তিত নহবলৈ আহ্বান জনাই ৰাজ্যত কৰ’না ভাইৰাছৰ ফলত এজন ৰোগীৰ যাতে মৃত্যু নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

Apply Now

সংবাদ মেলত হাজৰিকাৰ লগত উপস্থিত থকা স্বাস্থ্য বিষয়া দুগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি বৰ্তমানলৈ বিশ্বত প্ৰায় ১ লাখ লোক কৰ’না ভাইৰাছৰদ্বাৰা আক্ৰান্ত হৈছে যদিও এতিয়ালৈ ভাৰতত ইশ্বৰৰ কৃপাত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি কয়।

আনহাতে, অসমত বৰ্তমানলৈ এজনো কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই বুলিও সংবাদ মেলত উল্লেখ কৰা হয়।

তদুপৰি, কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সাধাৰণ পৰিস্কাৰ-পৰিচন্নতা বজাই ৰখাৰ লগতে এন৯৫ মাস্ক নহলেও সাধাৰণ মাস্ক পিন্ধিলেও হ’ব বুলি সংবাদমেলত কোৱা হয়।

ইপিনে, অসমৰ পৰা হৈ ভূটনাত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা মাৰ্কিন পৰ্যটক গৰাকীয়ে থকা সকলো হোটেলৰ কৰ্মীসকলক নিৰীক্ষণত ৰখা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলিও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়া হয়।

ৰাজ্যৰ বিমান বন্দৰত এতিয়ালৈ মুঠ ৫৮৫ গৰাকী লোকক পৰীক্ষা কৰা হৈছে বুলি সদৰি কৰি পীযুষ হাজৰিকাই জিএমচিএইচত পৰীক্ষাসমূহ কৰি থকা হৈছে আৰু কাইলৈৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তো পৰীক্ষা আৰম্ভ কৰা হ’ব বুলি মত প্ৰকাশ কৰে।

চৰকাৰী চিকিৎসালয়ৰ লগতে সকলো ব্যক্তিগত চিকিৎসালয়ৰ লগতে চৰকাৰে যোগাযোগ ৰক্ষা কৰি আছে বুলিও সংবাদমেলত উল্লেখ কৰা হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

June 14, 2026 6:45 am
আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd