• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিঅ’ৰ হোলী ধামাকা; ৩৬৫ দিনৰ সস্তীয়া প্লেন, চাওক কি আছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2020 10:56 am
bc78b72967129e220af7e1c493f0f4e1
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিলায়েন্স জিঅ’ই প্ৰথমতে টেলিকম বজাৰত 4Gইন্টাৰনেট সেৱা আগবঢ়াই গ্ৰাহককক হাইস্পীড ইন্টাৰনেটৰ বিষয়ে সজাগ কৰিছিল।

সেই সময়ত কোনো কোম্পানীয়ে সস্তা আৰু ভাল ইন্টাৰনেট সেৱা আগবঢ়াব পৰা নাছিল। কম স্পীডৰ বাবে গ্ৰাহকসকলে বৃহৎ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

Apply Now

কিন্তু জিঅ’ই টেলিকম মাৰ্কেটক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে সমাধান আনিলে। পূৰ্বতে ১ জিবি ডাটাৰ বাবে ৩০০ৰপৰা ৪০০ টকা ভৰিব লগা হৈছিল। কিন্তু জিঅ’ৰ বাবে আজি ১ জিবি ডাটা ৪বা ৫ টকাত পোৱা গৈছে।

বৰ্তমান জিঅ’ৰ গ্ৰাহকসকল জিঅ’ৰ ওপৰত ক্ষুব্ধ হোৱা দেখা গৈছে যদিও ক্ষুব্ধ গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য ৰাখি জিঅ’ই বজাৰত এক নতুন অফাৰ আনিছে।

জিঅ’ কোম্পানীৰ এই নতুন অফাৰটো পেটিএম পেমেন্ট এপ্লিকেশ্যনৰ যোগেদি উপলব্ধ হৈছে। এই অফাৰত যদি জিঅ’ গ্ৰাহকে পেটিএম পেমেন্ট এপ্লিকেশ্যনৰ যোগেদি ২১৯৯ টকাৰ ৰিচাৰ্জ কৰে, তেতিয়া তেওঁলোকে ২০২০ টকালৈকে কেছবেক লাভ কৰিব পাৰে।

কেছবেকৰ বাবে জিঅ’ কোম্পানীৰ ২১৯৯ টকাৰ ৰিচাৰ্জ মাত্ৰ ১৭৯টকাতে ল’ব পৰা যাব। জিঅ’ কোম্পানীৰ ২১৯৯ টকাৰ ৰিচাৰ্জত ৩৬৫ দিনৰ ম্যাদ থাকিব।

দীৰ্ঘ ম্যাদৰ লগতে এই অফাৰত প্ৰতিদিনে ১.৫ জিবি ডাটাও লাভ কৰিব। জিঅ!ৰ এই অফাৰৰ লগতে ডাঙৰ সুখৱৰটো হৈছে যে জিঅ’ৰ পৰা জিঅ’লৈকে আনলিমিটেড কলৰ উপৰি আন কোম্পানীৰ নম্বৰলৈ ১২০০০ মিনিটৰ ভইচ কলৰ সুবিধাও আছে।

আনহাতে, যদি দৈনিক লাভ কৰা ডাটা গ্ৰাহকৰ সমাপ্ত হৈ যায়, তেতিয়া আনকি গ্ৰাহকে 64 kbps স্পীডত আনলিমিটেড ইন্টাৰনেট ব্যৱহাৰৰ সুযোগ পাব।

ইয়াৰ উপৰি, জিঅ’ৰ এই অফাৰত দৈনিক এছএমএছ আৰু জিঅ’ৰ সকলোধৰণৰ এপৰ সেৱা বিনামূলীয়াকৈ পাব। অহা ১৫ ডিচেম্বৰৰ ভিতৰত জিঅ’ৰ এই অফাৰ গ্ৰাহকে লোৱাৰ সুযোগ পাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd