• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেৰণাৰ প্ৰতীক: কিলাকুটিৰে লিখি জীৱনৰ পৰীক্ষাত জিলিকিছে হাত-ভৰিহীন শিৱম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2020 7:28 pm
gujarat boy shivam solanki

শিৱম সোলাংকি। ছবি সৌজন্য-- Zee Hindustan

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছবিত দেখা কিশোৰজন গুজৰাট বদোদৰাৰ শিৱম সোলাংকি। মানুহৰ যে কিমান অসাধাৰণ জীৱনীশক্তি থাকিব পাৰে এওঁ তাৰেই যেন জ্বলন্ত দৃষ্টান্ত।

শিৱমে কিলাকুটিৰে লিখি এইবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বহিছে। মাত্ৰ ১৩ বছৰ বয়সতে এক বৈদ্যুতিক দুৰ্ঘটনাত তেওঁ দুয়োখন হাত আৰু ভৰি এখন হেৰুৱাইছিল।

Apply Now

দুৰ্ঘটনাৰ পিছত সম্পূৰ্ণৰূপে অচল হৈ পৰা ১৩ বছৰীয়া শিৱমে শিক্ষা গ্ৰহণৰ বাবে উলিয়ালে নতুন উপায়। ল’ৰাজনে কিলাকুটিৰে লিখাৰ চেষ্টা কৰিলে।

কিলাকুটিৰে আখৰ লিখাৰ চেষ্টাই হৈ পৰিল শিৱমৰ জীৱনৰ একমাত্ৰ সাধনা। কিলাকুটিত মোজা আৰু ৰচি বান্ধি কলমটো ধৰি ৰখাৰ চেষ্টা কৰিলে।

ঘণ্টা ঘণ্টা ধৰি তেওঁ অসম্ভৱপ্ৰায় কামটোকে কৰি থাকিল। আৰু এদিন কিলাকুটিৰে আখৰ লিখাৰ অসম্ভৱ কামটো ল’ৰাজনে সম্ভৱ কৰি তুলিলে।

আৰু শিৱমৰ সেই চেষ্টাৰ ফল হ’ল— মেট্ৰিক পৰীক্ষাত তেওঁ ৮১ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হ’ল।

এইবাৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মেট্ৰিকতকৈয়ো ভাল ফল দেখুৱাবলৈ সংকল্প লৈছে শিৱমে।

“মই সাজু। আশা কৰো, এই বছৰ মই দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাতকৈ বহুত ভাল নম্বৰ পাম,” প্ৰকাশিত বাতৰিত শিৱমৰ উদ্ধৃতি।

নিজৰ ভাল ফলাফলক লৈ আত্মবিশ্বাসী শিৱমে সহপাঠীসকলকো পৰীক্ষাৰ শুভেচ্ছা দিছে। কৈছে, পৰীক্ষাক লৈ চাপ ল’ব নালাগে।

“ই তোমাৰ সমগ্ৰ জীৱনটো নিৰ্ধাৰণ নকৰে! কেৱল ভালকৈ প্ৰস্তুতি চলোৱা আৰু ভাল কৰা।”

এনে এজন পুত্ৰক লৈ মাক-দেউতাকে কি ক’ব? শিৱমৰ দেউতাক মাথো অভিভূত।

শিৱমৰ দেউতাক মুকেশ সোলাংকিয়ে পুত্ৰৰ সফলতাৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়ে: ভগৱানে তাৰ কথা শুনিলে, তাক জীয়াই ৰাখিলে।

অসাধাৰণ ছাত্ৰজনৰ প্ৰতি বিদ্যালয়ৰ শিক্ষকসকলেও বিশেষ যত্ন লয় আৰু ঘৰত আহিও পাঠ গ্ৰহণত সহায় আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd