• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিছপুৰ ঘেৰাওৰ হুংকাৰ দৰমহা বঞ্চিত স্নাতক শিক্ষক সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 8:01 am
Himanta Biswa Sharma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আওকান কৰি বিগত ছমাহ ধৰি ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতক শিক্ষকক তেওঁলোকৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখিছে ৰাজ্য চৰকাৰে। প্ৰাপ্য বঞ্চিত শিক্ষকসকলৰ লগতে ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱজ্ঞা কৰা ৰাজ্য চৰকাৰৰ শিক্ষা তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ব্যস্ত ত্ৰিপুৰা দলীয় নিৰ্বাচনী কাম-কাজত।

হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতি কেৱল বিত্ত মন্ত্ৰীগৰকাকীয়ে অনিহা দেখুওৱা নহয়, এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো সমানে জগৰীয়া। মুখ্য মন্ত্ৰী সোণোৱালে বিগত এমাহে দৰমহা আসোঁৱাহ কমিটীৰ চূড়ান্ত প্ৰতিবেদনখন নিজৰ কাৰ্যালয়ৰ টেবুলত পেলাই ৰাখিছে।

Apply Now

চৰকাৰৰ এনে কাৰ্যক লৈ ৰাজ্যৰ বঞ্চিত শিক্ষক সকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে শিক্ষক সমাজৰ প্ৰতি দেখুওৱা এনে বৈষম্যমূলক স্থিতিৰ বিৰুদ্ধে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে শিক্ষক সংগঠনে।

উল্লেখ্য যে ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক সহকাৰী শিক্ষকসকলক দৰমহা আয়োগে ৮,৭০০ টকা গ্ৰেড পে’ আদায় দিয়াত অনুমোদন জনাইছিল। কিন্তু বিগত ছেপ্তেম্বৰত বিভাগে স্নাতক শিক্ষকক ৬,৮০০ টকা গ্ৰেড পে’ত দৰমহা আদায় দিবলৈ নিৰ্দেশনা জাৰি কৰে। তদুপৰি এই ক্ষেত্ৰত এখন আসোঁৱাহ সমিতি গঠন কৰি প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়ে।

স্নাতক শিক্ষকসকলৰ গ্ৰেড পে’ হ্ৰাস কৰা সন্দৰ্ভত একাংশ বঞ্চিত শিক্ষকে ৰুজু কৰা গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰৰ ১১ ডিচেম্বৰত এক ৰায়যোগে দৰমহা আসোঁৱাহ সমিতিয়ে সিদ্ধান্ত নিদিয়া পৰ্যন্ত ৮,৭০০ টকা গ্ৰেড পে’ আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতো এতিয়ালৈ ৰাজ্য চৰকাৰে শিক্ষকক গ্ৰেড পে’ মোকলাই দিয়া নাই।

এনে পৰিস্থিতিৰ বিপৰীতে শিক্ষা তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজ্যখনৰ দায়িত্ব-কৰ্তব্য একাষৰীয়া কৰি ত্ৰিপুৰাত দলীয় নিৰ্বাচনী কামত ব্যস্ত আছে।

ইপিনে দৰমহা আসোঁৱাহ সমিতিয়ে যোৱা ১০ জানুৱাৰিত দৰমহা সংশোধনৰ সন্দৰ্ভত প্ৰতিবেদন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে। কিন্তু বিগত এমাহ ধৰি সেই প্ৰতিবেদন সোণোৱালৰ কাৰ্যালয়ৰ টেবুলতে পৰি আছে। এই প্ৰতিবেদন সন্দৰ্ভত শিক্ষক সমাজক কোনো কথাই জানিবলৈ নিদি প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ পৰা বিৰত আছে।

ইপিনে ৰাজ্য চৰকাৰৰ এনে বৈষম্যমূলক স্থিতিৰ বিৰুদ্ধে অসম বিধানসভাৰ অধিৱেশনৰ মাজতে পাঠদান বন্ধ কৰি দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে সদৌ অসম মজলীয়া স্নাতক সহকাৰী শিক্ষক কল্যাণ সমিতিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd