• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভূতপূৰ্ব কেমেৰাৰ ফিচাৰসহ এই মাহতেই বজাৰলৈ আহিব Galaxy M21

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2020 7:44 pm
samsung-galaxy-a70 new
15.3k
VIEWS
Share on FacebookShare on Twitter

চলিত মাহত নতুন কিছু স্মাৰ্টফোন বজাৰলৈ অহাৰ কথা। অইন নহ’লেও অহা ১৬ মাৰ্চত ভাৰতৰ বিক্ৰী আৰম্ভ হ’ব Galaxy M ছিৰিজৰ নতুন মডেল Galaxy M21।

দক্ষিণ কোৰিয়াৰ মোবাইল প্ৰস্তুতকাৰী কোম্পানীটোৰ M ছিৰিজৰ মোবাইলসমূহে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰাহকৰ আকৰ্ষণো উৎসাহজনক।

গ্ৰাহকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ছেমছাঙে বহু লোভনীয় ফিচাৰৰ সৈতে নতুন মডেল মুকলি কৰিবলৈ আগবাঢ়িছে।

বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰ পূৰ্বে এই নতুন মডেলটোতনো কি আছে এবাৰ চাই লোৱা যাওক।

নতুন প্ৰজন্মৰ পছন্দৰ কথা আগত ৰাখি কোম্পানীটোৱে M ছিৰিজৰ স্মাৰ্টফোনসমূহ বজাৰলৈ আনিছে। স্বাভাৱিকতে সেয়েহে কেমেৰাৰ ওপৰত দিয়া হৈছে বিশেষ নজৰ।

জানিব পৰা মতে, চেল্ফি লোৱাৰ বাবে এই মডেলটোত ২০ মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে। লগতে আছে তিনিটা ৰিয়ৰ কেমেৰা।

মূল কেমেৰাটো হৈছে ৪৮ এম পিৰ। ৬.৪ ইঞ্চিৰ এমোলেড ডিছপ্লে-ত ভিডিঅ’ চোৱা তথা ভিডিঅ’ গেম খেলাৰ মজা অৱশ্যেই বেলেগ হ’ব।

Galaxy M21ৰ দুইধৰণৰ ভেৰিয়েন্ট থাকিব। এটাত ৪ জিবি ৰেম আৰু ৬৪ জিবি ইন্টাৰনেল মেম’ৰি থকাৰ বিপৰীতে আনটোত থাকিব ৬ জিবি ৰেম আৰু ১২৮ জিবি ১২৮ জিবি ইন্টাৰনেল ষ্টোৰেজ।

অহা ১৬ মাৰ্চৰ পৰা ই-কমাৰ্ছ ছাইটৰ এমাজনত স্মাৰ্টফোনটোৰ অৰ্ডাৰ কৰিব পাৰিব। তদুপৰি নিৰ্দিষ্ট কিছুমান আউটলেটৰ পৰাও ফোনটো ক্ৰয় কৰিব পাৰিব।

যোৱা মাহত কোম্পানীটোৰ বজাৰলৈ অহা Galaxy M31মডেলটোৰ দাম ১৫,৯৯৯টকা আৰু Galaxy M21ৰ দামো ইয়াৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd