• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইমান দীঘল এইটো মানুহৰ দাঁতেইনে? বিশ্ব ৰেকৰ্ড ভাৰতীয় ডাক্তৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2020 8:15 pm
Indian dentist reportedly extracts world's longest tooth
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছবিত দেখা দাঁতটো মানুহৰেই, মধ্য প্ৰদেশৰ পৱন ভাৱচাৰ নামৰ যুৱক এজনৰ।

দাঁতটোৰ দৈৰ্ঘ্য শুনি আপুনি আচৰিত নহ’ব— ৩.৯ ছেণ্টিমিটাৰ।

যোৱা ৯ ফেব্ৰুৱাৰিত দাঁতটো সৰুওৱা ডাঃ শ্ৰীবাস্তৱ নামৰ চিকিৎসকজন এতিয়া বিশ্ব ৰেকৰ্ডৰ অপেক্ষাত ৰৈছে।

বিশ্বৰ আটাইতকৈ দীঘল দাঁতৰূপে ই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি পাব বুলি চিকিৎসকজনে আশা কৰিছে।

মধ্য প্ৰদেশৰ ২০ বছৰীয়া যুৱকজনে দাঁতৰ বিষত ভুগি চিকিৎসকজনৰ কাষ চাপিছিল।

বিশ্বৰ সৰ্বাধিক দীঘল দাঁত সৰোওৱাৰ ৰেকৰ্ডটো আছে এজন জাৰ্মান চিকিৎসকৰ নামত।

তেওঁ সৰুওৱা দাঁতটোৰ দৈৰ্ঘ্য আছিল ৩.৭ ছেণ্টিমিটাৰ।

দাঁতটো আছিল ক্ৰ’ৱেছিয়াৰ মিজ’ বদপিজা নামৰ এজন লোকৰ।

Indian dentist reportedly extracts world's longest tooth

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am
দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

August 24, 2025 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd