• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহু প্ৰত্যাশিত শান্তি লৈ ভংগ হ’ল NDFBৰ কেউটা গোট, UPPLত ফেৰেংগা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2020 9:44 pm
Assam: Govinda Basumatary-led NDFB faction disbanded
16.2k
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰত্যাশিত শান্তিৰ বতৰা কঢ়িয়াই মঙলবাৰে ভংগ হ’ল এন ডি এফ বিৰ অন্তিমটো গোটৰ।

এন ডি এফ বি (ডি), এন ডি এফ বি (আৰ ডি) আৰু এন ডি এফ বি (এছ)ৰ পিছত মঙলবাৰে আনুষ্ঠানিকভাৱে ভংগ হ’ল গোবিন্দ বসুমতাৰী গোট এন ডি এফ বি (পি)।

কোকৰাঝাৰৰ চেৰফাইগুৰিত থকা খুমগুৰি ৱেষ্টাৰ্ন ডেজিগনেটেড কেম্পত সংগঠনটোৰ আনুষ্ঠানিক সমাপ্তি ঘোষণা কৰা হয়।

ইয়াৰ পূৰ্বে সোমবাৰে বাকী তিনিওটা গোটে একেলগে আনুষ্ঠানিক সমাপ্তি ঘোষণা কৰি বিবৃতি জাৰি কৰিছিল।

গোবিন্দ বসুমতাৰী নেতৃত্বাধীন গোটটোৰ এজন সদস্যই জনোৱা মতে, তেওঁলোকে এতিয়া দুইমু ফাউণ্ডেচন (Dwimu Foundation) নামৰ এক নন-প্ৰফিট বেচৰকাৰী সংস্থা গঠন কৰিব।

ইফালে, এন ডি এফ বি (এছ)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই কোকৰাঝাৰৰ দতমাত মঙলবাৰে আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগ দিছে।

কেন্দ্ৰৰ সৈতে শেহতীয়া বি টি আৰ চুক্তিৰ পিছতে এন ডি এফ বিৰ আটাইকেইটা গোটে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd