• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গভীৰ নিশা কুকুৰে কিয় ভুকে? জানক ইয়াৰ বৈজ্ঞানিক কাৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2020 11:57 am
caddd462be25eefeb17d5cb45b420fc9
104.2k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ এতিয়াও বহু লোক পৰম্পৰা বা কিছু অন্ধবিশ্বাসত নিমজ্জিত। বছৰ বছৰ ধৰি চলি অহা কিছু অন্ধ-বিশ্বাসে প্ৰায় লোকৰে মন-মগজুত এতিয়াও ক্ৰিয়া কৰি থাকে।

বহু লোকে নিজা ধৰণে কিছু ধাৰণাৰ সৃষ্টি কৰি লোৱা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে, বহুতেই ভাৱে যদি হাতৰ পৰা গাখীৰ পৰে তেন্তে সেয়া অশুভ। যদি আইনা পৰি ভাগে তেন্তে সেয়া শুভ।

আনহাতে ভাৰতৰ অধিকাংশ লোকেই যাত্ৰা কৰি থাকিলে সন্মুখেৰে মেকুৰী পাৰ হৈ গ’লে সেয়া অত্যন্ত অশুভ বুলি গণ্য বা বিশ্বাস কৰে।

এনেধৰণৰ বিশ্বাস আৰু পৰম্পৰা বহু আছে।

গভীৰ নিশা আপোনাৰ ঘৰৰ বাহিৰত বা ৰাস্তাত কুকুৰে কিয় ভুকে বা কান্দে তাক লৈও বিভিন্নজনে বিভিন্ন ধাৰণা মনত পুহি ৰাখিছে যদিও আজি আমি ইয়াৰ বৈজ্ঞানিক কাৰণ জনাম।

কুকুৰে নিশা কন্দা বা ভুকাৰ বৈজ্ঞানিক কাৰণ আছে। কুকুৰে যেতিয়া অকলশৰীয়া অনুভৱ কৰে তেতিয়াহে ভুকে। এনে কৰাৰ কাৰণ হ’ল সিহঁতে ওচৰ পাজৰে থকা সতীৰ্থ বন্ধুসকলক অকলশৰীয়াৰ কথাটো অৱগত কৰে।

এনেদৰে ভুকিলে কুকুৰটোৰ অৱস্থিতি গম পাই যাই সতীৰ্থসকলে। ইয়াৰ উপৰি কিবা জৰুৰী বৰ্তা প্ৰেৰণ কৰিব থাকিলেও কুকৰবোৰে এনেধৰণৰ পন্থা হাতত লোৱা দেখা যায়।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd