• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৰিদ্ৰ ৰোগীৰ বাবে সুখবৰ; অব্যৱহৃত ঔষধ ব্যৱহাৰ এণ্ড্ৰইড এপ্ নিৰ্মাণ ১১ বছৰীয়া কিশোৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2020 7:52 am
1021bcc1b160c36d0e5fca2686905931a

যুৱৰাজ শ্বাহ, ফ'টো উৎস- ইন্টাৰেনট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুৱৰাজ শ্বাহ নামৰ কলকতাৰ এটি ১১ বছৰীয়া কিশোৰে দৰিদ্ৰ ৰোগীক সকাহ দিব পৰাকৈ অব্যৱহৃত অতিশয় ব্যয় বহুল ঔষধ ব্যৱহাৰ এটি এণ্ড্ৰইড এপ্লিকেশ্যন তৈয়াৰ কৰিছে।

ব্যয়বহুল ঔষধ ব্যয় কৰিবলৈ অসমৰ্থ ৰোগী তথা পৰিয়ালসকলক এই এণ্ড্ৰইড এপ্লিকেশ্যনে সহায় কৰিব বুলি আশা কৰা হৈছে।

Apply Now

ভাৰতবৰ্ষত দেখা যায় যে চৰকাৰী চিকিৎসালয়ত ঔষধ বিতৰণৰ চৰকাৰী আঁচনি থাকিলেও সেই ব্যৱস্থাত যথেষ্ট চৰকাৰী আৰু কাৰিকৰী কেৰোণ থকাৰ বাবে দুখীয়া ৰোগীসকল উপকৃত হ’ব পৰা নাই।

সেইসকল ৰোগীয়ে ব্যক্তিগত মালিকাধীন ব্যৱসায়িক ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰাৰ ক্ষমতা নথকাৰ ফলত ঔষধৰ অভাৱত বহু আহুকালত পৰে।

এই সমস্যা দূৰীকৰণৰ বাবে ১১ বছৰীয়া কিশোৰ যুৱৰাজ শ্বাহে তৈয়াৰ কৰি উলিয়াইছে মেডমাজ এপ নামৰ এই এণ্ড্ৰইড এপ্লিকেচশ্যনটো।

এণ্ড্ৰইড এপ্লিকেশ্যনটো

যিটো এপ্লিকেশ্যনৰ দ্বাৰা ইতিমধ্যে ক্ৰয় কৰা অব্যৱহৃত ঔষধসমূহ সংগ্ৰহ কৰি চৰকাৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন দৰিদ্ৰ ৰোগীক প্ৰদান কৰা হ’ব।

যুৱৰাজৰ ককাকে ৰোগৰ পৰা উপশম পোৱাৰ পিছত ক্ৰয় কৰা ঔষধবোৰ অব্যৱহৃত হৈ ঘৰত পৰি থকাত তেওঁৰ মনলৈ আহিল যে সেই অব্যৱহৃত ঔষধখিনি কোনো দুখীয়া ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে! সেই কথাটোৱেই যুৱৰাজক এই এপটো নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰিলে।

কেনেকৈ ঔষধ সংগ্ৰহ বা দান কৰিব পাৰিব এপটোৰ সহায়ত

এপটোৰ ইউজাৰে ঔষধৰ নাম, ম্যাদ উকলাৰ দিন, ষ্ট্ৰীপত থকা নম্বৰৰ সৈতে সম্পূৰ্ণ বিৱৰণ দিব লাগিব।

আৰু চিকিৎচালয়ৰ কতৃপক্ষই এপটোত লগ ইন কৰি ঔষধখিনিৰ বিৱৰণখিনি চোৱাৰ পিছত ইউজাৰৰ লগত যোগাযোগ কৰি ঔষধখিনি সংগ্ৰহ কৰি ল’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd