• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৱতি নিশা ঘোষণা কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ চূড়ান্ত ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2020 8:20 am
COVID-19: Guwahati Press Club to remain closed until further notice
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ১৭ বছৰৰৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ চূড়ান্ত ফলাফল পুৱতি নিশা ঘোষণা কৰা হ’ল।

সভাপতি পদত মনোজ কুমাৰ নাথ আৰু অতুল্য মাধৱ গোস্বামীৰ মাজত মূল যুঁজখন হয় যদিও অৱশেষত ৪৪৯টা ভোট লাভ কৰি মনোজ কুমাৰ নাথ সভাপতি হিচাপে নিৰ্বাচিত হয়। গোস্বামীয়ে লাভ কৰে ৩২০টা ভোট।

Apply Now

উপ সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হয় ধনীৰাম কলিতা। ধনীৰাম কলিতাই ৩৩১ টা ভোট লাভ কৰে।

উপ সভাপতি (মহিলাৰ বাবে সংৰক্ষিত) পদত জয়লাভ কৰে মৌচুমী শৰ্মা বৰুৱাই। তেওঁ ৩০১ টা ভোট লাভ কৰাৰ বিপৰীতে অৰুণিমা কলিতাই লাভ কৰে ২৭৭টা ভোট।

ইফালে সাধাৰণ সম্পাদক পদত ৪০৪ টা ভোট লাভ কৰি জয়ী হয় সঞ্জয় ৰয়। এই পদৰ বাবে সঞ্জয় ৰয় আৰু পাৰ্থ দেৱ গোস্বামীৰ মাজতে মূল যুঁজখন হৈছিল। গোস্বামীয়ে ২৭০ টা ভোট লাভ কৰে।

সহকাৰী সাধাৰণ সম্পাদক পদত জয় লাভ কৰে মনিন্দ্ৰ ডেকাই। তেওঁৰ আৰু প্ৰশান্ত কুমাৰ বৰুৱাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও অৱশেষত মাত্ৰ দুটা ভোটৰ ব্যৱধানত জয়ী হয় ডেকা।

মনিন্দ্ৰ ডেকাই ২৯২ টা ভোট লাভ কৰাৰ বিপৰীতে বৰুৱাই লাভ কৰে ২৯০ টা ভোট।

আনহাতে সহকাৰী সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত) পদত ৩০৪ টা ভোটৰ সহায়ত জয়ী হয় মনিষা কলিতাই। তেওঁৰ মূল প্ৰতিদ্বন্দ্বি ববিতা গগৈয়ে লাভ কৰে ২৬৭ টা ভোট।

সাংগঠনিক সম্পাদক পদত জয়ী হয় ৰাজু বৰুৱা। বৰুৱাই ২০৯ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁ নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী ১৭৬ টা ভোট।

ইফালে কোষাধ্যক্ষ পদত বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় নয়ন প্ৰতিম কুমাৰ। তেওঁ ৩৫৫ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰশান্ত প্ৰতীম দত্তই লাভ কৰে ২৭০ টা ভোট।

সাংস্কৃতিক সম্পাদক পদত ৩৬৯ টা ভোটৰ সহায়ত বৃহৎ বিজয় সাব্যস্ত কৰে পল্লবী বৰাই। তেওঁৰ প্ৰতিদ্বন্দ্বি দীপক কুমাৰ বৰ্মনে লাভ কৰে ২০৩ টা ভোট।

ক্ৰীড়া সম্পাদক পদত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় ধীৰাজ হাজৰিকা আৰু বিদ্যুৎ কলিতাৰ মাজত। মাত্ৰ দুটা ভোটৰ ব্যৱধানত বিদ্যুৎ কলিতাক পৰাস্ত কৰে ধীৰাজ হাজৰিকাই।

ধীৰাজ হাজৰিকাই ২৮২ টা ভোট লাভ কৰাৰ বিপৰীতে কলিতাই লাভ কৰে ২৮০ টা ভোট।

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাতিপুৱা ১০ বজাৰ বিয়লি ৪ বজালৈ চলিছিল ভোটগ্ৰহণ। আৰু সন্ধিয়া ৫ বজাৰ পৰা ওৰে নিশা চলিছিল ভোট গণনা। নিৰ্বাচনত ৯৩.৪৪ শতাংশ ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd