• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৱতি নিশা ঘোষণা কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ চূড়ান্ত ফলাফল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 13, 2020 8:20 am

2 min read

COVID-19: Guwahati Press Club to remain closed until further notice
10.3k
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ ১৭ বছৰৰৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ চূড়ান্ত ফলাফল পুৱতি নিশা ঘোষণা কৰা হ’ল।

সভাপতি পদত মনোজ কুমাৰ নাথ আৰু অতুল্য মাধৱ গোস্বামীৰ মাজত মূল যুঁজখন হয় যদিও অৱশেষত ৪৪৯টা ভোট লাভ কৰি মনোজ কুমাৰ নাথ সভাপতি হিচাপে নিৰ্বাচিত হয়। গোস্বামীয়ে লাভ কৰে ৩২০টা ভোট।

উপ সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হয় ধনীৰাম কলিতা। ধনীৰাম কলিতাই ৩৩১ টা ভোট লাভ কৰে।

উপ সভাপতি (মহিলাৰ বাবে সংৰক্ষিত) পদত জয়লাভ কৰে মৌচুমী শৰ্মা বৰুৱাই। তেওঁ ৩০১ টা ভোট লাভ কৰাৰ বিপৰীতে অৰুণিমা কলিতাই লাভ কৰে ২৭৭টা ভোট।

ইফালে সাধাৰণ সম্পাদক পদত ৪০৪ টা ভোট লাভ কৰি জয়ী হয় সঞ্জয় ৰয়। এই পদৰ বাবে সঞ্জয় ৰয় আৰু পাৰ্থ দেৱ গোস্বামীৰ মাজতে মূল যুঁজখন হৈছিল। গোস্বামীয়ে ২৭০ টা ভোট লাভ কৰে।

সহকাৰী সাধাৰণ সম্পাদক পদত জয় লাভ কৰে মনিন্দ্ৰ ডেকাই। তেওঁৰ আৰু প্ৰশান্ত কুমাৰ বৰুৱাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও অৱশেষত মাত্ৰ দুটা ভোটৰ ব্যৱধানত জয়ী হয় ডেকা।

মনিন্দ্ৰ ডেকাই ২৯২ টা ভোট লাভ কৰাৰ বিপৰীতে বৰুৱাই লাভ কৰে ২৯০ টা ভোট।

আনহাতে সহকাৰী সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত) পদত ৩০৪ টা ভোটৰ সহায়ত জয়ী হয় মনিষা কলিতাই। তেওঁৰ মূল প্ৰতিদ্বন্দ্বি ববিতা গগৈয়ে লাভ কৰে ২৬৭ টা ভোট।

সাংগঠনিক সম্পাদক পদত জয়ী হয় ৰাজু বৰুৱা। বৰুৱাই ২০৯ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁ নিকটৱৰ্তী প্ৰতিদ্বন্দ্বী ১৭৬ টা ভোট।

ইফালে কোষাধ্যক্ষ পদত বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় নয়ন প্ৰতিম কুমাৰ। তেওঁ ৩৫৫ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰশান্ত প্ৰতীম দত্তই লাভ কৰে ২৭০ টা ভোট।

সাংস্কৃতিক সম্পাদক পদত ৩৬৯ টা ভোটৰ সহায়ত বৃহৎ বিজয় সাব্যস্ত কৰে পল্লবী বৰাই। তেওঁৰ প্ৰতিদ্বন্দ্বি দীপক কুমাৰ বৰ্মনে লাভ কৰে ২০৩ টা ভোট।

ক্ৰীড়া সম্পাদক পদত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় ধীৰাজ হাজৰিকা আৰু বিদ্যুৎ কলিতাৰ মাজত। মাত্ৰ দুটা ভোটৰ ব্যৱধানত বিদ্যুৎ কলিতাক পৰাস্ত কৰে ধীৰাজ হাজৰিকাই।

ধীৰাজ হাজৰিকাই ২৮২ টা ভোট লাভ কৰাৰ বিপৰীতে কলিতাই লাভ কৰে ২৮০ টা ভোট।

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাতিপুৱা ১০ বজাৰ বিয়লি ৪ বজালৈ চলিছিল ভোটগ্ৰহণ। আৰু সন্ধিয়া ৫ বজাৰ পৰা ওৰে নিশা চলিছিল ভোট গণনা। নিৰ্বাচনত ৯৩.৪৪ শতাংশ ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd