• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংক্ৰমণৰ পৰা সুৰক্ষা দিব পৰা আপোনাৰ পাকঘৰতে থকা পাঁচবিধ মছলা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 6:21 pm
Spices that could keep you away from infection

সৌজন্য-- Newscrab

14.1k
VIEWS
Share on FacebookShare on Twitter

আপোনাৰ পাকঘৰতে থকা কিছুমান মছলাই আপোনাক সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰে।

এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ইনফ্লেমেটৰি গুণ থকা এই মছলাবোৰে বিভিন্ন ৰোগক আঁতৰ কৰি ৰখাতো সহায়ক হয়।

১. লং

লং এবিধ মূল্যৱান মছলা। লঙত ভিটামিন চি থাকে যি আপোনাক দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সহায় কৰে।

লঙে ক্ষতিকাৰক বেক্টেৰিয়াবোৰৰ বৃদ্ধিত বাধা দিয়ে। লঙত থকা এণ্টি-অক্সিডেণ্ট ইউজিনল আৰু অন্যান্য পুষ্টিকাৰক দ্ৰৱ্যই কেন্সাৰক বাধা দিয়াতো সহায় কৰে।

২. হালধি

হালধিৰ বহু গুণৰ বিষয়ে আপুনি হয়তো ইতিমধ্যে অৱগত। হালধি প্ৰত্যেকৰ ঘৰে-ঘৰে থকা মহৌষধ।

হালধিয়েও দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী হোৱাত সহায় কৰে। হালধিত থকা কাৰকিউমিনে দেহৰ কোষসমূহ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। লগতে নতুন কোষৰ বৃদ্ধিতো সহায় কৰে।

৩. হিং

হিঙৰ এণ্টি-ইনফ্লেমেটৰি, এণ্টি-ভাইৰেল আৰু এণ্টিবায়’টিক গুণ আছে। হিঙেও দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সহায় কৰে।

হিঙৰ এণ্টি-ভাইৰেল উপাদানে ফ্লু, শুকান কাঁহ আৰু ডিঙিৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে।

৪. জালুক

আমাৰ দেহত অগণন বেক্টেৰিয়া থাকে—তাৰে বেছিভাগেই দেহৰ কাৰণে লাগতিয়াল আৰু কিছুমান ক্ষতিকাৰক। দেহৰ কাৰণে লাগতিয়াল বেক্টেৰিয়াক প্ৰ’বায়’টিক বুলি কোৱা হয়।

জালুকত প্ৰ’বায়’টিক থাকে যিবোৰে ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে আৰু আমাৰ পেটৰ স্বাস্থ্য ভালে ৰাখে।

৫. আজৱাইন

আন এবিধ মছলা আজৱাইন আপুনি পানীত উতলাই খাব পাৰে। ই সংক্ৰমণ আৰু জ্বৰ ৰোধ কৰাত সহায় কৰে।

আজৱাইনত থকা নিয়াচিন আৰু থাইমলৰ কাৰণে হৃদযন্ত্ৰলৈ তেজ চলাচল কৰাত সুবিধা হয়। ই হৃদৰোগসমূহ আঁতৰাই ৰখাত বহুত কাম দিয়ে।

Recent News

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd