• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাগ্ৰামাৰ নেতৃত্বতেই গঠন হ’ব বিটিচি পৰিষদ : চণ্ডী বসুমতাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 15, 2020 11:08 am
17.2k
VIEWS
Share on FacebookShare on Twitter

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ মহকুমাৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈ অহা ২৮ নম্বৰ গয়বাৰী সমষ্টিত প্ৰাৰ্থী হিচাপে বিপিএফ দলে প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীক প্ৰক্ষেপ কৰিছে।

বিটিচি প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। ২৮ নম্বৰ গয়বাৰী সমষ্টিত তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা বিপিএফ নেতা চণ্ডী বসুমতাৰীক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগে লগে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত দলীয় নেতা-কৰ্মী তথা সমৰ্থকসকলে বসুমতাৰীক বিপুলভাৱে আদৰণি জনায়।

সংবাদ মাধ্যমৰ আগত বসুমতাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁক সমষ্টিটোত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক কৃতজ্ঞতা জনাই নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰি কয় যে বিটিচিৰ ডাঙৰ ডাঙৰ নেতাই সমষ্টিটোত প্ৰতিদ্বন্দীতা আগবঢ়ালেও তেওঁক কোনেও ৰোধ কৰিব নোৱাৰে।

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি গঠন হোৱাৰ পিছত ৰাস্তা-ঘাট, স্বাস্থ্যখণ্ড, কৃষিখণ্ডত আমূল পৰিবৰ্তন হোৱা বুলি উল্লেখ কৰি ৰাইজে বিপিএফ দলক আঁকোৱালি ল’ব আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই বিটিচি পৰিষদ গঠন কৰা হ’ব বুলিও তেওঁ কয়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd