• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোমহৰ্ষক! নিজ ঘৰতে পত্নীসহ তিনি কন্যাক কটাৰীৰে হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2020 9:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ আবাসিক এলেকাত শনিবাৰে নিশা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।

জয়ন্ত কুমাৰ বৰ্মন নামৰ এজন পাষণ্ড লোকে পত্নীসহ তিনি কন্যাক নিজ ঘৰতেই নৃংশসভাৱে হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

হত্যাকাৰী বৰ্মনে তিনিওজনকে কটাৰীৰে ঘপিয়াই হত্যা কৰে। গাৰ নোম শিয়ৰি উঠা এই হত্যাকাণ্ড সংঘটিত কৰি নিশাই ঘৰৰ পৰা পলায়ন কৰে লোকজনে।

হত্যাৰ বলি হোৱা লোক কেইগৰাকী বজয়ন্তী বৰ্মন (পত্নী), তিনি কন্যা ক্ৰমে নিকিতা বৰ্মন(১২), ভাস্বতী বৰ্মন (১০) আৰু নিবেদিতা বৰ্মন (৬) বুলি জানিব পৰা গৈছে।

ইফালে ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

ঘটনা সন্দৰ্ভত এগৰাকী বিষয়াই কয়, ‘জয়ন্ত বৰ্মন নামৰ শিলঘাট মিলৰ কৰ্মচাৰীগৰাকীৰ আৱাসত পৰিয়ালৰ সকলো সদস্যৰ মৃতদেহ পোৱা গৈছিল। সেই খবৰৰ ভিত্তিত শিলঘাট থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত কৰি গম পালো যে তেওঁৰ মহিলা গৰাকী আৰু তিনি ছোৱালীৰ মৃতদেহ আমি কটা অৱস্থাত উদ্ধাৰ কৰিলো’।

আৰক্ষী বিষয়াজনে তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দি কয়, ‘স্বামী জয়ন্ত বৰ্মন বৰ্তমান পলাতক অৱস্থাত আছে। ঘৰৰ ভিতৰত কটাৰী এখনত তেজ লাগি থকা পাইছো। ফৰেনস্কিক ৰিপ’ৰ্ট অহাৰ পিছতহে আমি তদন্ত আগ বঢ়াম। মাটি-বাৰী সম্পৰ্কীয় কাগজ এখনো পাইছো’।

ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কয় যে জয়ন্ত কুমাৰ বৰ্মন নামৰ লোকজনে বহু বছৰৰ পৰাই জুৱা খেলৰ লগত জড়িত হৈ আছিল আৰু বহু টকাৰ ধাৰত ডুব গৈ আছিল।  তেনে ধৰণৰ কিছু কথাৰ কাৰণেই এনে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় বুলি লোকসকলে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে পলাতক হত্যাকাৰি বৰ্মনে আজি ৰাতিপুৱা শিলঘাট-গুৱাহাটী ৰেইলযোগে গুৱাহাটীৰ দিশে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd