DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লোমহৰ্ষক! নিজ ঘৰতে পত্নীসহ তিনি কন্যাক কটাৰীৰে হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2020 9:38 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ আবাসিক এলেকাত শনিবাৰে নিশা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।

জয়ন্ত কুমাৰ বৰ্মন নামৰ এজন পাষণ্ড লোকে পত্নীসহ তিনি কন্যাক নিজ ঘৰতেই নৃংশসভাৱে হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হত্যাকাৰী বৰ্মনে তিনিওজনকে কটাৰীৰে ঘপিয়াই হত্যা কৰে। গাৰ নোম শিয়ৰি উঠা এই হত্যাকাণ্ড সংঘটিত কৰি নিশাই ঘৰৰ পৰা পলায়ন কৰে লোকজনে।

হত্যাৰ বলি হোৱা লোক কেইগৰাকী বজয়ন্তী বৰ্মন (পত্নী), তিনি কন্যা ক্ৰমে নিকিতা বৰ্মন(১২), ভাস্বতী বৰ্মন (১০) আৰু নিবেদিতা বৰ্মন (৬) বুলি জানিব পৰা গৈছে।

ইফালে ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

ঘটনা সন্দৰ্ভত এগৰাকী বিষয়াই কয়, ‘জয়ন্ত বৰ্মন নামৰ শিলঘাট মিলৰ কৰ্মচাৰীগৰাকীৰ আৱাসত পৰিয়ালৰ সকলো সদস্যৰ মৃতদেহ পোৱা গৈছিল। সেই খবৰৰ ভিত্তিত শিলঘাট থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত কৰি গম পালো যে তেওঁৰ মহিলা গৰাকী আৰু তিনি ছোৱালীৰ মৃতদেহ আমি কটা অৱস্থাত উদ্ধাৰ কৰিলো’।

আৰক্ষী বিষয়াজনে তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দি কয়, ‘স্বামী জয়ন্ত বৰ্মন বৰ্তমান পলাতক অৱস্থাত আছে। ঘৰৰ ভিতৰত কটাৰী এখনত তেজ লাগি থকা পাইছো। ফৰেনস্কিক ৰিপ’ৰ্ট অহাৰ পিছতহে আমি তদন্ত আগ বঢ়াম। মাটি-বাৰী সম্পৰ্কীয় কাগজ এখনো পাইছো’।

ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কয় যে জয়ন্ত কুমাৰ বৰ্মন নামৰ লোকজনে বহু বছৰৰ পৰাই জুৱা খেলৰ লগত জড়িত হৈ আছিল আৰু বহু টকাৰ ধাৰত ডুব গৈ আছিল।  তেনে ধৰণৰ কিছু কথাৰ কাৰণেই এনে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় বুলি লোকসকলে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে পলাতক হত্যাকাৰি বৰ্মনে আজি ৰাতিপুৱা শিলঘাট-গুৱাহাটী ৰেইলযোগে গুৱাহাটীৰ দিশে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd