• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চ’ছিয়েল মিডিয়াত আলোড়ন; মাৰ্কিন সেনা বিষয়াৰ পদত অধিষ্ঠিত এগৰাকী অৰুণাচলী যুৱতী

মাত্ৰ তিনি বছৰ আমেৰিকাত থাকিয়েই মাৰ্কিন সেনাৰ বিষয়াৰূপে আলোড়ন তোলা এই অৰুনাচলী যুৱতী গৰাকী কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 2:20 pm
pic-niki-lego-1-696x696

নিকি লেগ'

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিকি লেগ’। অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতী।

যুৱতী গৰাকী এতিয়া চ’ছিয়েল মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Apply Now

অৰুণাচলী যুৱতী নিকিয়ে ২০১৯ বৰ্ষৰ জুন মাহত আমেৰিকা সেনা বাহিনীত যোগদান কৰিছিল যদিও শেহতীয়াকৈ আমেৰিকান সেনা বাহিনীৰ ইউনিফৰ্ম পৰিহিত তেওঁৰ ফ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।

সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট ফেচবুকৰ প্ৰফাইল পিকচাৰ সলনি কৰি আমেৰিকান সেনা বাহিনীৰ ইউনিফৰ্ম পৰিহিত ফ’টো এখন দিয়ে নিকিয়ে ।

সামাজিক মাধ্যমত তেওঁৰ ফ’টো ভাইৰেল হোৱাৰ লগে লগে নিকিক বিভিন্নজনে টুইটাৰ আৰু ফেচবুকৰ যোগেদি অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে।

অৰুণাচলৰ কংগ্ৰেছ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ নিনং ইৰিঙে নিকিক ‘অৰুনাচল যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস’ বুলি অভিহিত কৰিছে।

Congratulations to Ms. Nikki Lego for the achievement. It will inspire the youth of Arunachal Pradesh to chase their dreams.@Google @sundarpichai https://t.co/KORnRxJwOn

— Ninong Ering (@ninong_erring) March 15, 2020

পাছিঘাটৰ ছিয়াং মডেল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত নিকিয়ে শ্বিলঙৰ লেডী কীন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

তাৰ পিছতে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা জন-সংযোগৰ স্নাকোত্তৰ ডিগ্ৰী লাভ কৰে।

বিভিন্ন প্ৰতিষ্ঠানৰ লগতে গুগলৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাম কৰাৰ পিছত তেওঁ আমেৰিকালৈ গুচি যায়।

আমেৰিকাত বিভিন্ন প্ৰতিষ্ঠানত কাম কৰাৰ পিছত যোৱা বৰ্ষত নিকিয়ে আমেৰিকান সেনাবাহিনীত যোগদান কৰে।

যোৱা ৫ মাৰ্চ প্ৰশিক্ষণ সমাপ্ত কৰি নিকিয়ে আমেৰিকাৰ জৰ্জিয়াৰ মাৰ্কিন সেনা বাহিনীত এগৰাকী বিষয়াৰূপে কমৰত হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd