• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিমান পাৰিশ্ৰমিক লাভ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যই?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 4:17 pm
19.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলে কিমান পাৰিশ্ৰমিক লাভ কৰে?

আজি আমি এই বিষয়ে আপোনালেকক জনাব বিচাৰিছো।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ভাৰতীয় মহিলা ক্ৰিকেট খেলুৱৈসকলক তিনিটা ‘গ্ৰেড’ত ভাগ কৰি চুক্তিৱদ্ধ কৰিছে। এইকেইটা হৈছে ক্ৰমে ‘এ’, ‘বি’ আৰু ‘চি’। এই চুক্তি ২০১৯ৰ অক্টোবৰৰ পৰা ২০২০ ছেপ্টম্বৰলৈকে। প্ৰতিবছৰে এই চুক্তি নৱীকৰণ কৰা হয়।

উল্লেখ্য যে ভাৰতীয় পুৰুষ ক্ৰিকেট দলকো এই তিনিটা ‘গ্ৰেড’ত ভাগত চুক্তিৱদ্ধ কৰা হয়। কিন্তু পুৰুষ আৰু মহিলা ক্ৰিকেটাৰৰ মাজত পাৰিশ্ৰমিকৰ ক্ষেত্ৰত বিস্তৰ ব্যৱধান আছে। পুৰুষৰ ‘এ’ গ্ৰেডৰ খেলুৱৈয়ে বছৰি লাভ কৰে ৫ কোটি টকা আৰু ‘এ’ গ্ৰেডৰ মহিলা খেলুৱৈয়ে বছৰি লাভ কৰে মাত্ৰ ৫০ লাখ টকা।

বি চি চি আইৰ বাৰ্ষিক চুক্তি ২০১৯-২০২০

জ্যেষ্ঠ মহিলা ক্ৰিকেট খেলুৱৈঃ গ্ৰেড ‘এ’ — পাৰিশ্ৰমিক ৫০ লাখ টকা।

জ্যেষ্ঠ মহিলা ক্ৰিকেট খেলুৱৈঃ গ্ৰেড ‘বি’ — পাৰিশ্ৰমিক ৩০ লাখ টকা।

জ্যেষ্ঠ মহিলা ক্ৰিকেট খেলুৱৈঃ গ্ৰেড ‘চি’ — পাৰিশ্ৰমিক ১০ লাখ টকা।

মহিলা ক্ৰিকেট খেলুৱৈসকলৰ গ্ৰেডৰ বিতং তথ্য-

গ্ৰেড ‘এ’ত বৰ্তমান তিনিগৰাকী মহিলা ক্ৰিকেট খেলুৱৈ আছে। পূৰ্বে চাৰি গৰাকী আছিল যদিও মিতালী ৰাজে গ্ৰেড ‘এ’ৰ পৰা বাদ পৰাত বৰ্তমান তিনিগৰাকী খেলুৱৈ আছে।

১. পুনম যাদৱ

২. হৰমনপ্ৰীত কৌৰ

৩. স্মৃতি মান্ধানা

গ্ৰেড ‘বি’ত আঠ গৰাকী খেলুৱৈ আছে।

১. মিতালী ৰাজ

২. ঝুলন গোস্বামী

৩. একতা বিষ্ট

৪. ৰাধা যাদৱ

৫. তানিয়া ভাটিয়া

৬. শিখা পাণ্ডে

৭. জেমিনা ৰ’ড্ৰিগেজ

৮. দিপ্তী শৰ্মা

গ্ৰেড ‘চি’ত এঘাৰ গৰাকী খেলুৱৈ আছে।

১. বেদা কৃষ্ণামূৰ্তি

২. পুনম ৰাউট

৩. মানসী যোশী

৪. অনুজা পাল

৫. হেমলতা

৬. অৰুন্ধতী ৰেড্ডি

৭. ৰাজেশ্বৰী গাইকোৱাড

৮. পূজা বাষ্ট্ৰকাৰ

৯. হাৰ্লিন দেউল

১০. প্ৰিয়া পুনিয়া

১১. শ্বেইফলী বাৰ্মা

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd