• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ আতংক; অসমত বন্ধ থাকিব সুৰা বিপনী নাইট ক্লাব বাৰ চেলুন বিউটি পাৰ্লাৰ আদি

দ্বীপজ্যোতি শর্মা by দ্বীপজ্যোতি শর্মা
March 18, 2020 8:07 pm
Wines-shop-750x375

প্ৰতিনিধিত্বমূলক ছবি

1.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাই দেশৰ নতুন নতুন ঠাইলৈ সংক্ৰমিত হোৱাৰ সময়তে সমগ্ৰ অসমত সুৰাৰ বিপনী আৰু বাৰসমূহ অহা ৩১ মাৰ্চলৈকে সম্পূৰ্ণৰূপে বন্ধ কৰা নিৰ্দেশনা জাৰি কৰিছে অসম আৱকাৰী বিভাগে।

আৱকাৰী বিভাগৰ আয়ুক্তই অসমৰ সকলো জিলাৰ উপায়ুক্তৰ লগতে আৱকাৰী অধীক্ষ আৰু উপ অধীক্ষকলৈ এক অতি শীঘ্ৰেই এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।

IMFL-shops-264x300

হাইলাকান্দি, ওডালগুৰি, দৰং, নলবাৰী, যোৰহাট, তিনিচুকীয়া, গোৱালপাৰা, বৰপেটা, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, মৰিগাঁও, ধুবুৰী, নগাঁও, বঙাইগাঁও, কোকৰঝাৰ, কাচাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং, ডিমা হাছাও, শোণিতপুৰ, চিৰাং আৰু কামৰূপ(মহানগৰ) জিলাৰ উপায়ুক্ত আৰু আৱকাৰী অধীক্ষক/উপ অধীক্ষকলৈ প্ৰেৰণ কৰা No. III-81/2018-2019/43. dt. 18.03.2020  নং পত্ৰত আৱকাৰী আয়ুক্তই অতি শীঘ্ৰেই পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

আনহাতে অসম চৰকাৰৰ ৰাজনৈতিক (এ) বিভাগে অন্য এখন পত্ৰৰ জৰিয়তে ৰাজ্যৰ  সকলোবোৰ বাৰ, নাইট ক্লাব, চেলুন, বিউটি পাৰ্লাৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd